Browsing Category

অৰ্থনীতি

নতুন ইতিহাস : গৌতম আদানী হ’ল বিশ্বৰ দ্বিতীয় ধনী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে গৌতম আদানীয়ে। বিশ্বৰ শীৰ্ষ ১০ বিলিয়নাৰৰ তালিকাত প্ৰথম স্থানত আছে এলন মাস্ক। এই তালিকাত গৌতম আদানীয়ে দ্বিতীয় ধনী ব্যক্তি হিচাপে…

আৰ্জেণ্টিনাই কিনিব ভাৰতৰ যুদ্ধ বিমান ‘তেজচ’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে ভাৰতৰ শেহতীয়া যুঁজাৰু বিমান তেজচ যুঁজাৰু বিমানৰ চাহিদা বৃদ্ধি পাইছে, যি বিমান সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত। ইতিমধ্যে ফিলিপাইনছ, মালয়েছিয়া, আমেৰিকাৰ দৰে…

চপৰা-চপৰে খহিছে সোৱণশিৰিৰ গৰা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ বধাকৰাত সোৱণশিৰি নদীয়ে এতিয়া চপৰা চপৰে গৰা খহোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ লাইলেঙিয়াত নদীখনে ধেনুভিৰিয়াকৈ…

অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যানশস্য সঞ্চালক -পৰিসংখ্যা সঞ্চালকসকলৰ উচ্চস্তৰীয় কৰ্মশালা 

থোপযুক্ত তথ্য সংগ্ৰহৰ জৰিয়তে সৰ্বসাধাৰণ উপকৃত হব পৰাকৈ সঠিক আঁচনি আৰু পুজি আৱন্টনৰ দিশত প্ৰণালীবদ্ধভাবে আগবাঢ়িব পাৰি --- ড° প্ৰভাত কুমাৰশতাব্দ প্ৰতিনিধি, যোৰহাট ,২৪ আগষ্ট : ভাৰত চৰকাৰৰ উদ্যানশস্য আয়ুক্ত তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্য…

প্ৰসংগ সীমা বিবাদ : গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ বৈঠক

গুৱাহাটী,২১ আগষ্টঃ অসম আৰু মেঘালয়ৰ মাজত বাকী থকা সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য দুখনৰ সীমান্তৰ বাকী থকা ছয়টা বিবদমান এলেকাৰ…

হিতাধিকাৰীক প্ৰৱঞ্চনাঃএটিএম কাৰ্ড নিলে ঠিকদাৰ ৰূপী সদস্যই

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৭আগষ্ট: ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত শোণিতপুৰ যথেষ্ট পিছপৰি থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে জিলাখনৰ বিহগুৰি উন্নয়ন খণ্ডৰ কেতবোৰ অঞ্চলত হিতাধিকাৰীৰ অজ্ঞতাৰ সুযোগলৈ একাংশই এনে গৃহ…

মালয়েছিয়াত বাংলাদেশৰ পৰা নিয়োগ কৰিব ৫ লাখ শ্ৰমিক

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ আগষ্টঃ নতুন বুজাবুজি চুক্তিৰ অধীনত মালয়েছিয়াই অহা তিনি বছৰৰ ভিতৰত বাংলাদেশৰ পৰা প্ৰায় ৫ লাখ শ্ৰমিক নিয়োগ কৰিব। মালয়েছিয়াত বাংলাদেশৰ উচ্চায়ুক্ত গোলাম সৰৱাৰে জনোৱা মতে, বিগত সপ্তাহত ৫৩ জন বাংলাদেশী শ্ৰমিকক…

লখিমপুৰত ৰাজসাহায্যযুক্ত ২০২৪ মেট্ৰিক টন ইউৰিয়া সাৰৰ কেলেংকাৰিৰ অভিযোগঃ দোষীক শাস্তি প্ৰদানৰ দাবী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১২ আগষ্ট: সাৰৰ নাটনিৰ বাবে কৃষকে বিভিন্ন সময়ত চৰকাৰক বিভিন্ন মাধ্যমত ক্ষোভ প্রকাশ কৰাৰ সময়তে লখিমপুৰত ইউৰীয়া সাৰৰ এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে সদৌ অসম হিন্দু যুৱ পৰিষদৰ…

আমেৰিকাৰ গাড়ী নিৰ্মাতা ফৰ্ডৰ প্লাণ্ট ক্ৰয় টাটা মটৰ্ছৰ

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ আগষ্টঃ ভাৰতৰ টাটা মটৰ্ছে ক্ৰয় কৰিছে আমেৰিকাৰ গাড়ী কোম্পানী ফৰ্ডৰ প্লাণ্ট। পশ্চিম ভাৰতৰ ৰাজ্য গুজৰাটত থকা ফৰ্ড কোম্পানীৰ এই প্লাণ্টটো টাটাই ৭২৫.৭ কোটি টকাত ক্ৰয় কৰিছে মূলতঃ নিজৰ গাড়ীৰ উৎপাদন বৃদ্ধিৰ বাবে।…

ফেচবুকৰ পৰাও এতিয়া উপাৰ্জন সম্ভৱ

মুক্তামণি ভূমিফুকনআমি ইউটিউবৰ দৰে ফেচবুক পেজৰ জৰিয়তেও উপাৰ্জন কৰিব পাৰো। ফেচবুকে আনুষ্ঠানিকভাৱে মুকলি কৰিছে নতুন ভিডিঅ’ মুদ্ৰাকৰণ সেৱা। যাৰ জৰিয়তে এতিয়া ফেচবুক পেজৰ পৰা উপাৰ্জন একেবাৰেই সম্ভৱ হৈ পৰিছে।আপুনি ফেচবুক পেজ তৈয়াৰ…