সোৱণশিৰিৰ বুকুত জাহ গৈছে শ শ হেক্টৰ শালি খেতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অতীজৰ সোণ কমোৱা সোৱণশিৰি নদীখনে এতিয়া লৈছে অন্য ৰূপ৷ এতিয়া এই নদীখনে কালৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি কৰাত বধাকৰা অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলসম্পদ বিভাগৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ…
