Browsing Category

সাহিত্য

লক্ষীমপুৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আকাশ অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ জুনঃ অসম সাহিত্য সভা শক্তিশালী কৰিবৰ বাবে আমি সকলো ঐক্যবদ্ধ হ'বৰ হল। পাহাৰে-ভৈয়ামে, বৰাক ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বসতি স্থাপন কৰি থকা সকলো জাতি জনগোষ্ঠী যদি একত্ৰিত হয় তেতিয়া অসমীয়া সবল শক্তিমান জাতি হৈ উঠিব। সেয়ে…

অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১৬ মাৰ্চঃ সমালোচনাই সাহিত্য সভাক প্ৰাণশক্তি প্ৰদান কৰিছে; প্ৰয়োজনত সংশোধন প্ৰক্ৰিয়াৰে সভাক সজাই তোলা হ'ব।ইউনিক'ডত অসমীয়া লিপিক বহুল মান্যতা দিয়াৰ লক্ষ্যৰে প্ৰতিগৰাকী শিশুৰ মনস্তত্ত্ব অধ্যয়নৰে পিতৃ-মাতৃয়ে…

লখিমপুৰত কিতাপ গছকি পাৰ হয় মানুহ

জিলা আয়ুক্তক ঠিকাদাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ অভিযোগ দাখিলশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ জিলা পুথিভঁৰালৰ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে চি আই ডি এফ আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষতে ৪.৯৯ কোটি টকা আৱণ্টন দিয়ে যদিও নিবিদাপ্ৰাপ্ত…

পাছিঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান লুম্মেৰ দাইৰ জন্ম দিৱস উদযাপন

পাছিঘাটৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১ জুন: বিশিষ্ট সাহিত্যিক লুম্মেৰ দায়ে অৰুণাচলৰ ভূমিত আজিলৈকে উচিত সন্মান লাভ নকৰিলে। অৰুণাচলৰ নতুন প্ৰজন্ম লুম্মেৰ দাইৰ সাহিত্য কৃতি আৰু অসম-অৰুণাচলৰ সমন্বয়ত এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অৱদান সম্পৰ্কে…

অকলশৰীয়া অৱস্থাত বাসগৃহতে কৰুণ মৃত্যু ৰাষ্ট্ৰীয় কৃতি শিক্ষক- বিশিষ্ট লেখিকা শশী প্ৰভা দেৱী

ওৰেটো জীৱন আত্মেৎসৰ্গিত সত্বাৰে কৰিছিল সমাজ সেৱা শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ:১৩ অক্টোবৰ : আত্মোৎসৰ্গিত এক সত্বাৰে ওৰেটো জীৱন নতুন প্ৰজন্মক মূল্যবোধ সম্পন্ন নাগৰিক গঢ়ি তোলাৰ আন্দোলনত নামি পৰা ২০০২ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আৰু ২০১০…

দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত বিশেষ বক্তৃতা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৫ অক্টোবৰ : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ'ৰাৰ উদ্যোগত কালি এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান সম্পন্ন হয় । বিভাগটোৰ ছাত্রী স্বাগতা কৌশিকে আঁত ধৰা অনুষ্ঠানটিত…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪৩ সংখ্যক বৈঠকত বিশিষ্ট বুৰঞ্জীবিদ ভূৱন চন্দ্র গগৈৰ “বৈশালী…

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১ অক্টোবৰ :তেজপুৰ সাহিত্য চ'ৰাৰ ৫৪৩ সংখ্যক বৈঠকখনি আজি তেজপুৰৰ বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ গগৈৰ মাজগাঁওস্হিত বাসভৱনত অনুষ্ঠিত হয়। বৈঠকখনিত আদৰণী ভাষণ জনাই চ'ৰাৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই। চ'ৰাখনৰ মাংগলিক…

জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” ঘোষণা

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১ অক্টোবৰ : সন্দিকৈ ছোৱালী কলেজৰ "তুমি সাগৰিকা বৰদলৈ" ৰ পৰা অনেক গীত, কবিতা , চিত্ৰ নাট্য, বোলছবি, উপন্যাস, গল্প আদিৰে অসমীয়া কথাশিল্প আৰু শিল্পকলা ক্ষেত্ৰখনত যুৱা অৱস্থাতেই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ…

অসমীয়া ভাষাটো পৰি মৰা ভাষা নহয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৯ছেপ্টেম্বৰঃ “সাংবাদিকতা এতিয়া সেৱা নহয়,ছপা মাধ্যমেই হওঁক বা বৈদ্যুতিন মাধ্যমেই হওঁক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজ্যৰ এই সংবাদমাধ্যম সমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত…

তেজপুৰৰ বিশিষ্ট কবি – লেখিকা ৰাজু বৰুৱাৰ “পক দিয়া দোমাহীৰ বুকু” শীৰ্ষক কাব্য…

কবিতাৰ সংজ্ঞা আৰু মহত্ব বিশ্লেষণ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰশতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : বহু বছৰ ধৰি প্ৰগতিশীল দৃষ্টিভংগীৰে কাব্য চৰ্চাৰ সমান্তৰাল ভাৱে চিন্তা উদ্ৰেককাৰী বিভিন্ন ৰচনা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল…