লখিমপুৰৰ মানচিত্ৰৰ পৰা চিৰকাললৈ হেৰাল ৮খনকৈ গাঁও
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰত নদীবান্ধ আন্দোলন চলি থকাৰ সময়তে বিশেষজ্ঞই সকীয়াই দিছিল যে সোৱণশিৰি নদীবান্ধ সম্পূৰ্ণ হলে নদীখনৰ নামনিত জৈৱ বৈচিত্ৰৰ লগতে ভৌগোলিকভাবে বহু কুপ্ৰভাৱ পৰিব। সেই সকীয়নিক সঁচা প্ৰমাণ কৰি জিলাখনৰ…
