Browsing Category

অবৰ্গীকৃত

সাৱধান! ঢকুৱাখনাত ৰাং কুকুৰৰ আৱিৰ্ভাব

শতাব্দ, ঢকুৱাখনা, ৬ ফেব্ৰুৱাৰীঃ সাৱধান! ঢকুৱাখনাত ৰাং কুকুৰৰ উপস্থিতি ধৰা পৰিছে। এই কুকুৰৰ লক্ষ্য পোহনীয়া জীৱ জন্তু। ঢকুৱাখনাৰ পশ্চিম অঞ্চলত বিগত কিছুদিন ধৰি সংঘটিত হৈ আহিছে প্ৰায় দুই ডজন ছাগলী চিকাৰৰ ঘটনা। নিশা গৃহস্থৰ অজ্ঞাতে গঁৰালৰ পৰা…

‘বিয়লি’ত ডিমেনচিয়াৰ স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত

শতাব্দ, লখিমপুৰ ১৩ জানুৱাৰীঃ  তীৰ্থেশ্বৰ হাজৰিকা স্মৃতি ন্যাস 'বিয়লি'ৰ উদ্যোগত আজি ডিমেনচিয়াৰ এক স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায় । ন্যাসৰ নিজা প্ৰেক্ষাগৃহত আয়োজিত এই শিবিৰত ৩০ গৰাকী বয়োজ্যেষ্ঠ লোকে এই পৰীক্ষা কৰে । শিবিৰৰ আৰম্ভণিতে…

ইজৰাইল-পেলেষ্টাইন যুদ্ধঃ এক ৰাজনৈতিক-ঐতিহাসিক বিশ্লেষণ

ড° চুচেংফা গগৈ পাতনিঃ যোৱা শনিবাৰৰ পৰা ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু লগতে সমগ্ৰ বিশ্বৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত দীৰ্ঘদিনীয়া অচলাৱস্থা বিশ্বৰ আধুনিক…

‘‘দেশবাসীৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব লাগিব”

গুৱাহাটী, ২৩ চেপ্তেম্বৰ : উচ্চমানৰ শিক্ষাৰ জৰিয়তে একোজন সচেতন নাগৰিক গঢ় দিয়াৰ লক্ষ্য আগত লৈ নিৰৱচ্ছিন্ন প্ৰয়াসেৰে শিক্ষাজগতত প্ৰৱেশ কৰা অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন যোৱা ২৩ চেপ্তেম্বৰ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগনত…

তেজপুৰত অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৪ ছেপ্টেম্বৰ : আজি ৰাজ্যৰ এক ডিজিটেল সংবাদ প্ৰতিষ্ঠান অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।দিনৰ ১১ বজাত  জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁত…

আদৰ্শ গাঁও নিধি কোম্পানী ভুৱা প্ৰতিষ্ঠান নহয়, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত সংস্থাহে- সঞ্চালক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ আগষ্টঃ মাজুলীৰ গড়মূৰত অৱস্থিত আদৰ্শ গাঁও নিধি লিমিটেড কোনো ভুৱা বিত্তীয় প্ৰতিষ্ঠান নহয়, ই কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত এটা বিত্তীয় প্ৰতিষ্ঠান৷ যাৰ জৰিয়তে আমি ক্ষুদ্ৰ ব্যৱসায়ী সকলক কিছু আথিক ভাৱে সহায় কৰি…

মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰতে সম্পূৰ্ণ হব

মৰিগাঁও, ২২ জুন : মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সময়সীমা বান্ধি দিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি নিৰ্মীয়মান নতুন…

প্লাষ্টিক বৰ্জিত পৰিবেশ গঢ়ি তোলাৰ আহ্বান : তেজপুৰত আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বিশ্ব পাৰিপাৰ্শ্বিক…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩ জুনঃ সমগ্ৰ বিশ্বতে প্ৰতিদিনে গড়ে ৪০ হেজাৰ নিযুত টন প্লাষ্টিকে প্ৰদূষণ কৰি আহিছে। এই পৰিমান ক্ৰমাৎ বৃদ্ধি পাই আহিছে। গতিকে ইয়াৰ বিৰুদ্ধে বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্লাষ্টিক পেলাই দিলে মাটিৰ…

তেজপুৰত অহা ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ মে': ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সঙ্গতি ৰাখি শোণিতপুৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১৩ মে' ২০২৩ তাৰিখ শনিবাৰে শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন গোচৰ , ফৌজদাৰী গোচৰ…