Browsing Category
জীৱন অনুপম(ব্যক্তিগত অভিজ্ঞতা)
পুলিচ আৰু মানুহ
বিনয় কৃষ্ণ তামুলী ফুকনমই এটা-দুটা কথা মনত ৰাখিব পৰা হোৱাৰে পৰা "পুলিচ" এবিধ বেলেগ প্ৰাণী বুলি ধাৰণা কৰি লৈছিলোঁ। কাৰণ মোৰ দেউতাৰ তিনিজন ককাই-ভাইৰ মাজুজন ৰঙা পুলিচ আছিল। দেউতাই নৱম শ্ৰেণীতে ঘৰৰ পৰা পলাই গৈ তেখেতৰ মানে মাজু বৰদেউতাৰ লগত…
