ৰঙাপৰা ৰে’ল ষ্টেচনলৈ নিশা যাতায়াত কৰিবলৈ আশংকা যানবাহন চালকৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ ৰঙাপৰাৰ পৰা একাধিক ৰে’ল সেৱা আৰম্ভ হোৱাৰ পাছত নিশা ৰঙাপৰা ৰে’ল আস্হানলৈ তেজপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু লোককে ব্যৱসায়িক বাহনৰ প্ৰয়োজন হয়৷ ভ্ৰমণৰ পৰা উভতি অহা লোকৰ উপৰি আনঠাইলৈ যাত্ৰা কৰিবলগীয়া…

লোভৰ বাবেই বিপদত দিল্লীৰ দুই ব্যৱসায়ীঃ আচল টকাৰ বিনিময়ত নকল টকাৰ বেহা শোণিতপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কচু বিলৰ পৰা ১০ লাখ প্ৰকৃত টকাৰ বিপৰীতে নকল ২০ লাখ টকা নিবলৈ আহি এতিয়া হাবাথুৰি খাবলগীয়া হৈছে দিল্লীৰ দীপক জৈন আৰু পুনিত জৈন নামৰ দুজন লোক। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা…

তেজপুৰত অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৪ ছেপ্টেম্বৰ : আজি ৰাজ্যৰ এক ডিজিটেল সংবাদ প্ৰতিষ্ঠান অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।দিনৰ ১১ বজাত  জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁত…

পাম গছৰ লগোৱা পুলি ইতিমধ্যে গৰুৱে খাই তহিলং

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ধলা অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামদেৱে কৰিবলৈ লোৱা পাম অইল খেতিৰ সম্বন্ধে আজি এক বিবৃতিত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চিপিআই (এমএল) দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে ।…

তেজপুৰত ব্যৱসায়ী হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ কছাৰী গাঁৱত যোৱা ৩১ আগষ্টৰ সন্ধিয়া সুব্ৰত দাসগুপ্ত নামৰ ৪৩বছৰীয়া এজন লোকৰ ক্ষতবিক্ষত মৃতদেহ নিজৰ শোৱনি কোঠাৰ বিছনাত উদ্ধাৰ কৰাৰ পিছত এই হত্যাকাণ্ডৰে জড়িতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ…

তিনিচুকীয়াৰ কাকপথাৰ উন্নয়ন খণ্ডত আজৱ কাণ্ড

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডত চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে পঞ্চদশ বিত্তীয় আয়োগে (২০২০-২১ বৰ্ষ) কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত টঙনা গাঁও…

তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত বিষয়া ৰূপনাথ উপাধ্যায়ৰ আকস্মিক মৃত্যু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৪ ছেপ্টেম্বৰ : তেজপুৰ চানমাৰীৰ এগৰাকী বিশিষ্ট নাগৰিক তথা অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া ৰূপনাথ উপাধ্যায়ৰ কালি নিশা আকস্মিক ভাৱে নিজ বাসগৃহতে পৰলোক প্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে। একালৰ স্বাধীনতা…

 আফ্ৰিকান চুৱাইন ফিভাৰঃ লখিমপুৰত একেদিনাই একেখন ফাৰ্মত ৯ শ গাহৰি নিধন পশুপালন বিভাগৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগত নিতৌ গাহৰিৰ মৃত্যু হ’ব ধৰিছে৷ গাহৰিৰ এই অকাল মৃত্যুৱে গাহৰি পালক সকলৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অহাৰ সময়তে আজি লখিমপুৰৰ জিলা পশুপালন বিভাগে কদমত কেৱল এখন…

কয়লামাৰী চাহ বাগান ফুটবল দলৰ খিতাপ অৰ্জন

উত্তৰ লক্ষীমপুৰ, ৩ ছেপ্টেম্বৰ: অসম চৰকাৰৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যান সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকালয়ৰ উদ্যোগত লক্ষীমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ জিলা ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সহযোগত লক্ষীমপুৰত জিলাভিত্তিত অনুষ্ঠিত হৈ…

প্ৰবীন নাট্য শিল্পী পবিন শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান ( ফটো সংবাদ)

নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰম্ভণিৰ দিনা প্ৰবীন নাট্য শিল্পী পবিন শৰ্মাক জীৱনজোৰা নাট্য সাধনা বঁটা প্ৰদান কৰা হয়।