বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে তেজপুৰৰ দৰং মহাবিদ্যালয়ত “ৰাণ ফৰ দ্য প্লেনেট” শীৰ্ষক সমূহীয়া…

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ , ২৯ আগষ্টঃ বিশ্ব ক্ৰীড়া দিৱস উপলক্ষে আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত পুৱা ৫:৩০ বজাত " Run for the planet" শীৰ্ষক নামেৰে এক দৌৰা কাৰ্য্যসূচী দৰং মহাবিদ্যালয়ৰ IQAC, IIC, NSS, NCC আৰু দৰং মহাবিদ্যালয়…

উত্তৰ লখিমপুৰ নগৰত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলতো বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহাপুৰুষ৷ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ আয়োজন কৰিছে৷ তদুপলক্ষে অহা ২৪-২৫ ছেপ্তেম্বৰত বিজয় নগৰ নামঘৰত…

উত্তৰ লালুক গাঁও পঞ্চায়তত ২৪ লাখ টকাৰ নেমু বাগান কেলেংকাৰি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত উত্তৰ লালুক গাঁও পঞ্চায়তত নেমু বাগান ৰোপনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত নেমু বাগান ৰোপনৰ বাবে আৱণ্টন হোৱা ২৪ লাখ ৫০…

শোণিতপুৰত বানৰ প্ৰলয় অব্যাহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮আগষ্টঃ শোণিতপুৰৰ বিভিন্ন অঞ্চলত ভদীয়া বানে বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ কৰাৰ লগতে একোটা অঞ্চল নিশ্চিহ্ন কৰাৰ উপক্ৰম কৰিছে৷বছৰৰ অষ্টমটো বানে ভয়ংকৰ ৰূপলোৱা বালিপৰাৰ দিঘলী বালিজান গাওঁখনৰ অস্তিত্ব নিশ্চিহ্ন হোৱাৰ…

লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাত সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰিছে৷ নদীখনে এতিয়া বধাকৰাত প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে নদীখনে…

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ ৩ নতুন চিকিৎসা মহাবিদ্যালয়ত হ’ব এমবিবিএছ পাঠ্যক্ৰমৰ শুভাৰম্ভণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, নগাঁও, ২৮ আগষ্ট : চলিত বৰ্ষত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনোৱা ৰাজ্যৰ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ত অহা ১ ছেপ্টেম্বৰৰ পৰা শুভাৰম্ভণি হ'ব চিকিৎসা বিজ্ঞান শিক্ষাৰ পাঠ্যক্ৰম। ৰাজ্যৰ নখন পুৰণি চিকিৎসা মহাবিদ্যালয়ৰ…

নামেৰীৰ ৰিজ’ৰ্টত পহু মাংসঃ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮আগষ্টঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্গত অঞ্চলত বৰ্তমানেও চলি আছে সুগৰি পহুৰ চিকাৰ আৰু ইয়াৰ মাংস বিক্ৰীৰ ঘটনা৷ কালি পহু মাংসসহ দুজনক বনকৰ্মীয়ে কৰায়ত্ত কৰাৰ পাছতেই পোহৰলৈ অহা তথ্যৰ আধাৰত নামেৰীৰ ৰিহাজুলিত থকা…

শোণিতপুৰত ফাইলেৰিয়া নিৰ্মূল অভিযান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টৰ তেজপুৰ ২৮ আগষ্ট: শোণিতপুৰ জিলাৰ IMA ৰ প্ৰেক্ষাগৃহত আজি ফাইলেৰিয়া নিৰ্মূল অভিযানৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিষয়-ববীয়া আৰু NGO ৰ বিষয়- ববীয়াৰ লগত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অহা ৩১ আগষ্টৰ পৰা ৯…

আছুৰ অষ্টাদশ অধিবেশনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা

মাননীয় সম্পাদক মহোদয়, সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন অহা ২১,২২ আৰু ২৩ নবেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ'ব বুলি জানিব পাৰিছো । এই অধিৱেশনখনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা কৰে যেন। বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা…

পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এ টি এলৰ সৌজন্যত জ্ঞান মেলা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ আগষ্টঃ লখিমপুৰ জিলাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অটল টিংকাৰিং পৰীক্ষাগাৰৰ সৌজন্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত আজি জ্ঞান মেলা অনুষ্ঠিত হয়। অটল টিংকাৰিং পৰীক্ষাগাৰৰ অত্যাধুনিক প্ৰযুক্তিৰে ছাত্ৰ…