“গছ থালিলেহে মানুহ থাকিব” মন্ত্ৰেৰে তেজপুৰত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ গছপুলি…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, ২৭ আগষ্ট :গছ থাকিলেহে মানুহ থাকিব - এই মন্ত্ৰেৰে আজি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই তেজপুৰৰ ঐতিহাসিক গড়, দৌলৰ সন্মুখৰ লগতে পৰ্বতীয়াৰ পৰা তৰাজান কুমাৰ গাঁও সংযোগী পথৰ দুয়োকাষে শতাধিক গছপুলি ৰোপণেৰে এক…
