তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ আজি পুৱা চহৰখনৰ দহোতীয়াচুকস্থিত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৫০ বছৰ ৷ তিনিচুকীয়া পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ…
