তেজপুৰত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনঃ অগপ,আপ,জাতীয় পৰিষদ,বিজেপিকে ধৰি দুই শতাধিকৰ যোগদান কংগ্ৰেছত
ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৩আগষ্টঃ “ যিজন মানুহৰ বয়স মাত্ৰ ৫০অতিক্ৰম কৰিছে সেইজনক নগাঁৱলৈ আহিবলৈও হেলিকপ্টাৰ লাগে৷ হেলিকপ্তাৰত ব্যয় কৰে ২০কোটি টকা৷ পথৰ দাঁতিত নিজৰ ফটো লগাই প্ৰচাৰ কৰিবলৈ ব্যয় কৰে এশ ২০কোটি টকা৷ এই ধনৰে ৰাজ্যৰ বহু বিদ্যালয়…
