বগীনদীত আৰোহণ ফাইনেন্সৰ শাখা প্ৰবন্ধকক গ্ৰাহকে কেবা ঘণ্টা আৱদ্ধ কৰি চমজালে আৰক্ষীক
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২১ আগষ্টঃ একাংশ বিত্তীয় প্ৰতিষ্ঠানে না না প্ৰলোভনেৰে গ্ৰাহকক প্ৰতাৰণা কৰি অহাৰ সময়তে আজি লখিমপুৰ জিলাৰ বগীনদীৰ কদম তিনিআলিত প্ৰবঞ্চিত গ্ৰাহকে আৰোহণ ফাইনেন্সৰ তিনিজন বিষয়াক কেবাঘKI×া আৱদ্ধ কৰি আৰক্ষীক চমজাই দিয়া…
