জামিন লাভৰ পাছতো বহুজন কাৰাবন্দী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট: অসমৰ কাৰাগাৰসমূহত এনে বহুলোক আছে যিসকলে গোচৰৰ বিপৰীতে জামিন লাভ কৰাৰ পাছতো আইনৰ কিছুমান নিয়ম সম্পূৰ্ণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত কাৰাগৰতে দিন অতিবাহিত কৰিব লগা হয়৷ জামিন লাভৰ অন্ততো কাৰাবন্দী হৈ থকা…
