বিদ্যালয়ৰ পৰা অহাৰ পথত ঘৰৰ সন্মুখৰ পৰাই শিক্ষয়িত্ৰীৰ ডিঙিৰ চেইন থপিয়াই নিলে চিলনী চোৰে

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৭ আগষ্ট : তেজপুৰ চহৰৰ লগতে চহৰখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমুহত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ উপদ্ৰৱ। বিগত সময়খিনিত তেজপুৰৰ বিভিন্ন প্ৰান্তত দিন দুপৰতে চিলনী চোৰে বহুকেইগৰাকী মহিলা - যুৱতীৰ ডিঙিৰ পৰা সোণৰ চেইন…

গুলীবিদ্ধ ৰাজু আহমেদ আলফা নহয়- আলফা স্বাধীন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ আগষ্টঃ যোৱা ১৫ আগষ্ট ২০২৩ ৰ নিশা শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে গুলীবিদ্ধ কৰা ৰাজু আহমেদ নামৰ যুৱকগৰাকী “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনৰ সদস্য অথবা সংগঠনৰ যোগাযোগকাৰী নহয়৷ উক্ত যুৱকগৰাকীৰ সৈতে সংগঠনৰ কোনোধৰণৰ যোগসূত্ৰ…

নাৰায়ণপুৰত ৰোগী কঢ়িয়াই অনা এম্বুলেন্স সোমাল পুখুৰীতঃ আহত- ৪

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত এটি শিশু সহ চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰী সমীপৰ…

আদৰ্শ গাঁও নিধি কোম্পানী ভুৱা প্ৰতিষ্ঠান নহয়, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত সংস্থাহে- সঞ্চালক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ আগষ্টঃ মাজুলীৰ গড়মূৰত অৱস্থিত আদৰ্শ গাঁও নিধি লিমিটেড কোনো ভুৱা বিত্তীয় প্ৰতিষ্ঠান নহয়, ই কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত এটা বিত্তীয় প্ৰতিষ্ঠান৷ যাৰ জৰিয়তে আমি ক্ষুদ্ৰ ব্যৱসায়ী সকলক কিছু আথিক ভাৱে সহায় কৰি…

পিকনিক খাবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন শোণিতপুৰৰ যুৱক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৬ আগষ্ট : ১৫ আগষ্টৰ দিনা বন্ধুবৰ্গৰ স’তে বনভোজ খাবলৈ গৈ কালি তেজপুৰ সমীপৰ ঠেলামৰা তেলিয়াগাৱঁত ব্ৰহ্মপুত্ৰৰ বুকুত খগেন বড়ো (২৫) নামৰ এজন উদীয়মান ফুটবল খেলুৱৈ তথা সৰবৰহী যুৱক সন্ধানহীন পৰা ঘটনাই অঞ্চলজুৰি…

লক্ষীমপুৰত নাৰ্ছিং কলেজ-ডেণ্টেল কলেজ নিৰ্মাণ হবঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পৰিদৰ্শন

উত্তৰ লক্ষীমপুৰ, ১৬ আগষ্ট: ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে…

ভাল খবৰঃ কানাডা নিবাসী তেজপুৰৰ জীয়ৰীৰ অক্সিজেন উৎপাদনক্ষম প্ৰকল্প স্থাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ আগষ্ট : দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ সাধাৰণ ৰোগী সকল উপকৃত হ'ব পৰাকৈ প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন উৎপাদন কৰিব পৰা অত্যাধুনিক অক্সিজেন উৎপাদনক্ষম প্ৰকল্প এটা…

৩,৮২,০০০ বিঘা চাহখেতিলৈ অশনি সংকেত

 অৰুণাচলৰ পৰা কেঁচা চাহপাতৰ অবাধ সৰবৰাহ নিষিদ্ধ কৰাৰ দাবীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ আগষ্ট : তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল জীয়াই থকাৰ স্বাৰ্থত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা অবাধে আহি থকা কেঁচা চাহপাত আইনগতভাৱে অসম…

নাওবৈচা-বঙালমৰাত নকল সোণৰ নাৱৰ বেহা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ লগতে বঙালমৰাতো যে নকল সোণ আৰু জালনোটৰ বেহা এইপৰ্যন্ত অব্যাহত আছে সেই কথা আৰক্ষীৰ শেহতীয়া অভিযানত পোহৰলৈ আহিছে৷ প্ৰায় দুদিন পূৰ্বে বঙালমৰাত আৰক্ষীয়ে নকল সোণৰ বেপাৰী-জাল…

তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাযৰ্সূচীৰে ৭৭সংখ্যাক স্বাধীনতা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬আগষ্টঃ সমগ্ৰ ৰাষ্ট্ৰৰ লগতে তেজপুৰতো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত শোণিতপুৰ জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ…