চিঁয়া নাহৰ আৰু অৰণ্য কেৰুৰ সন্ধানত
মানস প্রতিম দত্ত
অসম প্রাকৃতিক আৰু বৌদ্ধিকভাৱে সমৃদ্ধিশালী ৰাজ্য। ৰাজ্যখনৰ প্রতিখন জিলাই প্রকৃতিৰ অপূর্ব ভাণ্ডাৰস্বৰূপ। প্রাকৃতিক সম্পদত চহকী তেনে এখন জিলাই হৈছে লখিমপুৰ জিলা। বিভিন্ন ধৰণৰ চৰাই চিৰিকতি, তৰু-তৃণ আৰু অন্যান্য জীৱ-জন্তুৰ…
