মোদী হতাও দেশ বচাও শ্ল’গানৰে উত্তাল তেজপুৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ আগষ্টঃ চিআইটিইউ আৰু শোণিতপুৰ জিলা কৃষক সভাৰ বিক্ষোভ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল তেজপুৰ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক দলীয় নেতা কৰ্ম্মীয়ে তেজপুৰ হেম বৰুৱা ভৱনৰ সন্মুখত অৱস্হান কৰি…

ডুবাইত ভাৰতক প্ৰতিনিধিত্ব কৰা লখিমপুৰৰ বৰ্ষীয়ান মহিলা ক্ৰীড়াবিদ শশী খাউণ্ডৰ সাফল্য

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা…

লখিমপুৰ নগৰত ৫ তোলা সোণ সহ চোৰ ধৃত

 ঃ সোণাৰী দোকানত সোণ পৰীক্ষা কৰাৰ সময়তে ৰাইজৰ জালত পৰিল চোৰ শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰৰ বৰমুৰীয়া তিনিআলিত আজি দুপৰীয়া এটা চোৰে সোণাৰী দোকানত সোণৰ আ-অলংকাৰ পৰীক্ষা কৰিবলৈ অহা সময়তে উপস্থিত লোকে এটা চোৰক হাতে…

কণক চন্দ্ৰ কলিতাক ‘কমলা শইকীয়া বটাঁ-শ্মশান বন্ধু উপাধি প্ৰদান’

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৯ আগষ্টঃ ১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ গুলীত নিহত হোৱা ৰাজ্যৰ প্ৰথম গৰাকী ছহিদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নত আজি পুৱা অনুষ্ঠিত কৰা হয়। এই উপলক্ষে ছহিদ সাংবাদিক গৰাকীৰ…

ভট্টদেৱ বিশ্ববিদ্যালয়ত দীক্ষাৰাম্ভ 

পাঠশালা ৯ আগষ্টঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত কৰা সপ্তাহযোৰা দীক্ষাৰাম্ভ কাৰ্যসূচীৰ ৮ আগষ্ট তাৰিখে সফলতাৰে সমাপ্ত হয়। ২০২৩-২৪…

পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !

গুৱাহাটী, ৯ আগষ্টঃ অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইণ্ডিয়ান কাউন্সিল অব এগ্ৰিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইচএআৰে এই খেতিত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জলবায়ুৰ…

তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ : যোগান মন্ত্ৰীৰ পদত্যাগ দাবী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আজি তিনিচুকীয়াতো ছাত্ৰ সন্থাই অনশন কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে…

তেজপুৰৰ ধৰ্ষণ কাণ্ডঃ অভিযুক্তক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮আগষ্টঃ যোৱা এমাহে এগৰাকী বিবাহিতা মহিলাক ধৰ্ষণৰ অভিযোগ সত্বেও গ্ৰেপ্তাৰৰ পৰা সাৰি থকা অভিযুক্ত ৰফিকুল হকৰ পুত্ৰ তথা ঠেলামৰাৰ দুইনম্বৰ উলুবাৰীৰ আৰিফুল হক(৩২)ক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷উল্লেখযোগ্য যে,ঠেলামৰা…

শোণিতপুৰৰ অতিৰিক্ত আয়ুক্তক ভাবুকিঃ গ্ৰেপ্তাৰ এজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮আগষ্টঃ শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাক ভাবুকি দি ৰঙাঘৰৰ ভাত খোৱাৰ বাট প্ৰশস্ত হ'ল ৰঙাপৰাৰ যুৱক সুধীৰ চক্ৰৱৰ্তীৰ৷ উল্লেখযোগ্য যে, ৰঙাপৰাৰ ছয়নম্বৰ ৱাৰ্ডৰ বাসিন্দা চক্ৰৱৰ্তীয়ে শনিবাৰে শোণিতপুৰৰ অতিৰিক্ত…

তেজপুৰত স্বাধীনতা সংগ্ৰামী, জননেতা ছবিলাল উপাধ্যায় স্মাৰক সমন্বয় বক্তৃতানুষ্ঠান সম্পন্ন

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ আগষ্ট : বিশ্বায়নে সমগ্ৰ পৃথিৱীতে ভাষিক সমন্বয় সাধন কৰিছে যদিও পৃথিৱীৰ পৰা বছৰে বছৰে বহু জাতিৰ ভাষাৰ আকৌ বিলুপ্তি ঘটিছে। বিশ্বায়নে আমাৰ পৃথিৱীখনক গাঁৱলৈ ৰূপান্তৰিত কৰিছে থিকেই কিন্তু এই বিশ্বায়নে সৃষ্টি কৰা…