পৰেশ বৰুৱাক ৭ দিনৰ বাবে আলহী খাবলৈ মাতিলে মুখ্যমন্ত্ৰীয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক দিনচেৰেকৰ বাবে অসমলৈ আলহী খাবলৈ মাতিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ হয়, শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া সত্য ৷ আলফা (স্বাঃ) আৰু অসম আৰক্ষীৰ…

অৰ্ধ উলংগ প্ৰতিবাদ ( ফটো সংবাদ)

সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু ) শিৱসাগৰ জিলা সমিতি আৰু মহকুমা সমিতিৰ উদ্যোগত টাই আহোমক শীঘ্ৰে জনজাতি কৰণৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ কৰি শিৱসাগৰ উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ দৃশ্য।

তেজপুৰৰ লাখটকীয়া ভিক্ষাৰীৰ ঘৰত জুই

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,৮আগষ্টঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা তেজপুৰ সদৰ থানাৰ অন্তগত চটাই চাপৰি ইছলাম চুবুৰীত সংঘটিত হোৱা অগ্নিকাণ্ডত জাহ যায় দুটাকৈ বাসগৃহ৷ এই অগ্নিকাণ্ডত আচবাব, সা-সম্পত্তি সকলো ভষ্মীভূত হোৱাৰ লগতে জুইৰ লেলিহান শিখাই…

এগৰাকী বিবাহিতা মহিলাৰ গুৰুতৰ অভিযোগঃ এমাহৰ পূৰ্বে উপৰ্যুপৰি ধৰ্ষণৰ বলি হৈয়ো ন্যায়ৰ বাবে খাবলগীয়া…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭আগষ্টঃ এগৰাকী বিবাহিতা মহিলাক এক দুৰ্বৃত্তই অপহৰণ কৰি পৰৱৰ্তী সময়ত ছদিন আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিগত এমাহে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতি ঠেলামৰা আৰক্ষীয়ে গুৰুত্বই…

ধলাইবিলত বিজেপি পঞ্চায়ত সদস্যৰ আক্ৰমণত আহত যুৱক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭আগষ্টঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টি অন্তৰ্গত ধলাইবিলৰ চামধৰা গাঁও নিবাসী দিব্যজ্যোতি নাথ নামৰ এজন যুৱকক যোৱা নিশা এটা প্ৰায় ১৫জনীয়া দলে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷ বৰ্তমান তেজপুৰ কনকলতা অসামৰিক…

ভট্টদেৱ বিশ্ববিদ্যালয়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত “জি ২০ত ভাৰতৰ…

পাঠশালা ৭ আগষ্টঃ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত আজি "জি ২০ত ভাৰতৰ অধ্যক্ষতা " শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে আজিৰ এই আলোচনা সত্ৰখন…

যোগানমন্ত্ৰীৰ পদত্যাগৰ দাবীত যুৱ পৰিষদৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ আগষ্টঃ ৰাজ্যত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন বয় বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি অহাৰ সময়তে আজি লখিমপুৰত মূল্যবৃদ্ধি ৰোধৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে…

৮৮ বছৰ বয়সতো সৃষ্টিশীলতাৰ উন্মেষ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ আগষ্ট : তেজপুৰৰ সামাজিক - সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান সমূহৰ পিতামহ স্বৰূপ, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ৮৮ বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰাখি অহাৰ পিছত আজি বিয়লি তেজপুৰৰ সামাজিক অনুষ্ঠান তৰুণ…

ফেচবুক চালেই গম পায়- মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পাইছ-লুৰীণজ্যোতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬আগষ্টঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷ ফেচবুক চালেই গম পোৱা যায় তেওঁৰ জনপ্ৰিয়তা কিমান ! এহেজাৰ লাইক পাবলৈ এতিয়া হাহাঁকাৰ কৰে মুখ্যমন্ত্ৰীয়ে৷ ফেচবুকত জনপ্ৰিয়তাৰ গ্ৰাফ…