ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ৫ আগষ্ট : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৫ আগষ্ট তাৰিখে পুৱা ৮.১৫ বজাত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভাখনত সমল ব্যক্তি…
