কংগ্ৰেছ চৰকাৰ হলে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হবঃ তেজপুৰত ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১অক্টোবৰঃ “প্ৰতি ইউনিতত ১.২৯টকাকৈ বিদ্যুৎ মাছুল বৃদ্ধিৰ যি নিৰ্দেশনা বিজেপি নেতৃত্বাধীন চৰকাৰে জাৰি কৰিছে সেই নিৰ্দেশনা অহা তিনি অক্টোবৰত কংগ্ৰেছ দলে ৰাজ্যজুৰি দাহ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব৷পৰৱৰ্তী…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪৩ সংখ্যক বৈঠকত বিশিষ্ট বুৰঞ্জীবিদ ভূৱন চন্দ্র গগৈৰ “বৈশালী…

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১ অক্টোবৰ :তেজপুৰ সাহিত্য চ'ৰাৰ ৫৪৩ সংখ্যক বৈঠকখনি আজি তেজপুৰৰ বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ গগৈৰ মাজগাঁওস্হিত বাসভৱনত অনুষ্ঠিত হয়। বৈঠকখনিত আদৰণী ভাষণ জনাই চ'ৰাৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই। চ'ৰাখনৰ মাংগলিক…

লখিমপুৰত জল জীৱনৰ নিৰ্মীয়মান আঁচনিৰ পৰা পৰি মৰিগাঁৱৰ যুৱকৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ টকৌগুৰিত যোৱানিশা এক কৰুণ ঘটনা সংঘটিত হয়৷ গাঁওখনত নিৰ্মীয়মান জলজীৱন আঁচনিৰ পানী টেংকীৰ পৰা পৰি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ বছৰগুৰিত৷ ঘটনাৰ বিৱৰণী…

দুবছৰত ৪৯ খন চুটি ছবি আৰু এখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমাৰে দৃষ্টান্ত

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ১ অক্টোবৰ : দুটা বছৰৰ পূৰ্বে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একাংশ নাট্য অনুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা তেজপুৰৰ "নিউজ ট্ৰেক অসম" শীৰ্ষক অনুষ্ঠানৰ গৰ্ভত প্ৰাণ পাই উঠা এন টি এ…

তেজপুৰ লিচুৰ কৃষিভূমি সম্প্ৰসাৰণ আঁচনিৰ শুভাৰম্ভ কৃষি মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ষ্টাফ ৰিপ'টাৰ ১ অক্টোবৰ : বিশ্ব প্ৰসিদ্ধ তেজপুৰ লিচুৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে আজি ৰাজ্যৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনি (HMNEH) ৰ অধীনত তেজপুৰ পৰোৱাৰ লিচু…

৬ অক্টোবৰত চিত্ৰগৃহলৈ অসমীয়া চলচিত্ৰ ‘এটি নক্ষত্ৰ’

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ অসমীয়া চলচিত্ৰ জগতত আৰু এখন নতুন অসমীয়া চলচিত্ৰৰ সংযোজন ঘটিব অহা ৬ অক্টোবৰত৷ আজি লখিমপুৰত এই কথা সদৰি কৰে চলচিত্ৰখনৰ প্ৰযোজক, পৰিচালক ৰুদ্ৰজিৎ মজুমদাৰে৷ অহা ৬ অক্টোবৰত অসমৰ প্ৰায়বোৰ ছবিঘৰত…

জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” ঘোষণা

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১ অক্টোবৰ : সন্দিকৈ ছোৱালী কলেজৰ "তুমি সাগৰিকা বৰদলৈ" ৰ পৰা অনেক গীত, কবিতা , চিত্ৰ নাট্য, বোলছবি, উপন্যাস, গল্প আদিৰে অসমীয়া কথাশিল্প আৰু শিল্পকলা ক্ষেত্ৰখনত যুৱা অৱস্থাতেই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ…

লখিমপুৰত মাৰোৱাৰী যুৱ মঞ্চৰ বিনামূলীয়া কৃত্ৰিম হাত-ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপনৰ পদক্ষেপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখা আৰু উত্তৰ লখিমপুৰ প্ৰগতি শাখাই সময়ে সময়ে বিভিন্ন জনহিতৈষীমূলক কাৰ্য সম্পাদন কৰি আহিছে৷ এনে কাৰ্যসূচীৰ অংশ হিচাবে এইবাৰ অহা ৬, ৭ আৰু ৮ অক্টোবৰত লখিমপুৰৰ…

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি ৰহস্যজনক

চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল পদমৰ্যাদা হ্ৰাস কৰি মালিকপক্ষৰ হৈ মধ্যস্থতাকাৰীৰ ভূমিকাত মুখ্যমন্ত্ৰী শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ছেপ্টেম্বৰঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিছাৰ গৰাকীসকলৰ হৈ মধ্যস্থতাকাৰীৰ…