অসম মণিপুৰৰ দৰে হ’বলৈ কেতপৰঃ তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩আগষ্টঃ দৰং জিলাৰ মহর্ষি বিদ্যা মন্দিৰত বজৰং দলে যোগ প্ৰশিক্ষণৰ নামত মুকলিকৈ অস্ত্র প্রশিক্ষণ দিয়া কাৰ্য আইন বিৰোধীয়েই নহয়, এনে কাৰ্য ভৱিষ্যতে এক সংঘৰ্ষ হোৱাৰ ইংগিত বহন কৰিছে।তেজপুৰত আজি এক সংবাদমেলত এইদৰে…

বীৰ লাচিত সেনা-লাচিত সেনাৰ তীব্ৰ সংঘাত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ আগষ্টঃ ৰাজ্যৰ অন্যতম দুই জাতীয় সংগঠন বীৰ লাচিত সেনা অসম আৰু লাচিত সেনাৰ মাজত চলি থকা যুঁজখনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰা এখন…

পুৰাণ প্ৰসিদ্ধ শোণিতপুৰৰ জিলা দিৱস বণাৰ্ঢ্য কাৰ্যসূচীৰে উদযাপন

পুন:নিৰ্মিত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্ঘাটন তেজপুৰৰ চিত্ৰশিল্পীৰ লাইভ কেনভাচত উদ্ভাসিত হ'ল শোণিতপুৰৰ ইতিহাস আৰু নান্দনিকতা চাইকেল ৰেলী, যোগ শিবিৰত কেবাশ লোকৰ অংশ গ্ৰহণ শোণিতপুৰৰ ইতিহাস সন্দৰ্ভত বিশিষ্ট ইতিহাসবিদ ড° ৰাজেন…

থাইলেণ্ডত নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ লখিমপুৰৰ ‘নৃত্যবন’ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ আগষ্টঃ নর্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনৰ তত্বাৱধানত নৃত্যবনৰ পৰিচালিকা মায়ুৰী দত্তৰ সহযোগত লক্ষীমপুৰৰ অগ্ৰণী নৃত্যানুস্থান ''নৃত্যবন''ৰ এটি দলে সুদূৰ থাইলেণ্ডৰ মহাচাৰখম ইউনিভাৰ্চিটি আৰু কালাচীন কলেজ অৱ ড্ৰামাটিক…

প্ৰধান মন্ত্ৰীয়ে অনা কুৰিটা চিতাবাঘৰ নৱমটোৰ আজি মৃত্যু ঘটিল

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ আনি মধ্যপ্ৰদেশৰ কুন' ৰাষ্ট্ৰীয় উদ্যানত মেলি দিয়া কুৰিটা চিতাবাঘৰ ভিতৰৰে আজি পুৱা নৱমটো চিতা বাঘৰ আকস্মিক মৃত্যু ঘটিল।উল্লেখ্য যে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

তেজপুৰত এজাক শিশুৰ জৰিয়তে উদ্ভাসিত হ’ল ইতিহাসপ্ৰীতি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ আগষ্ট : ঐতিহ্য প্ৰীতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ অতি আশাব্যঞ্জক ভাৱে কালি নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ তিনিকুৰিতকৈ অধিক শিশুৱে অসমৰ শৰাইঘাটৰ ৰণকে ধৰি জাতি সুৰক্ষাৰ সৰু - বৰ…

হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ সপক্ষত ন্যায়ালয়ৰ ৰায়দান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২ আগষ্ট : উত্তৰ লক্ষীমপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ(সদৰ)আদালতে আজি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসৰ সপক্ষত কৰা এক ৰায়দানক সংগঠনটোৱে আদৰণি জনাইছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক…

তিনিচুকীয়াত ২৫ লাখ টকাৰ হেৰ’ইন জব্দ : দুই মহিলাসহ ধৃত ৩

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ আগষ্ট : তিনিচুকীয়া আৰক্ষীয়ে আজি চহৰখনৰ দহোটীয়াচুক অঞ্চলত অভিযান চলাই জনৈক প্ৰদীপ দত্ত নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ ৩ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।…

৭ আগষ্টৰ পৰা শিশু-মহিলাৰ ৭ টাকৈ বিপজ্জনক ৰোগৰ টীকাকৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ লখিমপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত সুমিত সত্তাৱানৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ (আই এম আই) ৫.০ ৰ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয় । সংবাদমেলত তেখেতে জনায় যে মিছন ইন্দ্ৰধনুষ ৫.০…

সৌন্দৰ্য্য কলাত পুনৰ জিলিকিল তেজপুৰৰ স্নেহা বৰুৱা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ আগষ্ট : সৌন্দৰ্য্য কলাৰ ক্ষেত্ৰত ধাৰাবাহিক ভাৱে কৃতিত্বৰ পৰিচয় দি অহা তেজপুৰ হজৰাপাৰৰ প্ৰাণজিৎ বৰুৱা আৰু জোনালী বৰা বৰুৱাৰ কন্যা স্নেহা বৰুৱাই স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে আয়োজন কৰা মিছ আৰু মিষ্টাৰ আছাম…