ৰূপকোঁৱৰৰ ঐতিহাসিক “পকী”ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “ৰুক্মিণী হৰণ”

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : মাজুলীৰ আউনিআটী সত্ৰৰ সত্ৰীয়া শিল্পী তথা গুৱাহাটীৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া আৰু খোল বিভাগৰ শিক্ষক অতুল ভূঞাৰ আশিস লৈ তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে কালি…

আলফাত চলিছে নিযুক্তিৰ মেলা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে আলফাই (স্বাঃ) ৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ নামত চাহ বাগিচাকে ধৰি উজনিৰ একাংশ ব্যক্তিলৈ ধনদাবী পত্ৰ প্ৰেৰণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে পোহৰলৈ…

তেজপুৰৰ বাণ থিয়েটাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষণৰ বিশেষ স্থান উদ্ঘাটন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১ আগষ্ট : নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱস আৰু নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথম দিনটোৰ সন্ধিয়া নটসূৰ্য্য গৰাকীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ…

বন্ধু আৰু বন্ধুত্বঃ আত্মীয়তাৰ পৃথিৱী 

মুক্তাৰ আলী      বন্ধুবিহীন জীৱন কল্পনাই কৰিব নোৱাৰি।প্ৰতিজন মানুহৰে অলেখ বন্ধু থাকে। সকলো বন্ধুৰ মাজতো থাকে একো একোজন বিশেষ বন্ধু। বন্ধুত্ব মানেই এক অনাবিল প্ৰশান্তি,মনৰ জুৰণীয়া বা,সম্পদ বিপদৰ সংগী।বন্ধুত্ব আত্মাৰ এক শক্তিশালী বন্ধন।…

তেজপুৰৰ জ্যোতি – বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ দ্বি বাৰ্ষিক শিশু সমাৰোহ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ জুলাই : তেজপুৰৰ জ্যোতি - বিষ্ণু মইনা পাৰিজাতৰ সপ্তদশ শিশু সমাৰোহ উপলক্ষে কালিৰ দিনটোত পুৱাৰ পৰা গীত, নৃত্য, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা ৰ পিছত বিয়লিৰ পৰা মুকলি সভাত তেজপুৰৰ কেবাখনো শাখা মইনা পাৰিজাতৰ মইনাৰ…

লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ গাড়ীচালকক বিষয়াই ব্যক্তিগত কামত নিয়োগৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়াই চৰকাৰী গাড়ীচালকক ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ কেবাজনো চৰকাৰী গাড়ী চালকক এতিয়া এনে একাংশ বিষয়াই চৰকাৰী কামত ব্যৱহাৰ কৰাৰ উপৰিও…

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ দেশৰ নৱজাগৰণ আন্দোলনৰ মহান মনীষী আৰু আধুনিক শিক্ষাৰ অন্যতম পথিকৃৎ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ১৩৩ সংখ্যক মৃত্যু দিৱসৰে সংগতি ৰাখি আজি ছাত্ৰ সংগঠন এ আই ডি এছ অ'ৰ ৰাজ্যিক কমিটিৰ আহ্বানত শোণিতপুৰ জিলা কমিটিৰ…

শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন উৎপীড়নৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯জুলাইঃ শিক্ষা বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰত৷উল্লেখযোগ্য যে, তেজপুৰৰ গাভৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰবী শিলৰ বিৰুদ্ধে কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল…

বান্দৰদেৱাত চৰকাৰী বন ভূমিত বে-দখলঃ সঘনাই ভূমি দখল-বিক্ৰীক লৈ বিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দৰদেৱাত বন বিভাগৰ চৰকাৰী ভূমিত এতিয়া যিকোনো লোকে বে-দখল আৰম্ভ কৰি বিক্ৰী পৰ্যন্ত কৰি আহিছে৷ যাৰফলত ভূমি বে-দখল আৰু বিক্ৰীক লৈ সময়ে সময়ে সংঘাতৰ সৃষ্টি…

৩১ জুলাইৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত “নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট…

গুৱাহাটীৰ ছিগাল থিয়েটাৰৰ "আকাশ", সোণাপুৰৰ দেংৰালী - ক্ৰিয়েটৰ্চ হাবৰ "ভূমি কন্যা ", বাণ থিয়েটাৰৰ" ধনীৰামৰ থিয়টাৰ", শিশু নাট "নজনা বীৰৰ মূৰ" আৰু পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ "চিৰাজ উদ্দিন আহমেদ হাজৰিকা" নাটকেৰে শ্ৰদ্ধাঞ্জলি…