তেজপুৰত সংগীত নাটক অকাদেমীৰ সহযোগত “সপ্তাশ্ব” ৰ ১৫ দিনীয়া অংকীয়া ভাওনাৰ কৰ্মশালাৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ জুলাই : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কত শ বছৰৰ আগতেই অংকীয়া ভাওনাৰ জৰিয়তে আজি বিশ্বত সমাদৃত থাৰ্ড থিয়েটাৰৰ আৰ্হি প্ৰচলন কৰি গৈছিল। কিন্তু নাট্য আন্দোলনৰ ক্ষেত্ৰত আজি বিশ্বত শ্বেইক্সপীয়েৰ যিমান বিখ্যাত…

 সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ দলৰ ৬ টা সোণৰ, ৩ টা ৰূপৰ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে  কৃতিত্ব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : থাং তা ফেডাৰেচন অফ ইণ্ডিয়াৰ অন্তৰ্গত অসম থাং তা ফেডাৰেচনৰ সৌজন্যত শিৱসাগৰ জিলাৰ, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত অনুষ্ঠিত ১৭ তম সদৌ অসম থাং তা প্ৰতিযোগিতাত শোণিতপুৰ জিলাৰ পৰা প্ৰথম বাৰৰ বাবে অতি কম…

জল জীৱন মিছনৰ সজাগতাৰ বাবে বাটৰ নাট পৰিবেশন

উত্তৰ লখিমপুৰ, ২৪ জুলাইঃ অসম চৰকাৰৰ জল জীৱন মিছন সম্পৰ্কে ৰাইজক অৱগত কৰা আৰু বিশুদ্ধ পানী খোৱাৰ উপযোগিতা সম্পৰ্কে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যেৰে লখিমপুৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত…

তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৪ জুলাই : তেজপুৰৰ কন্যাপুৰ মইনা পাৰিজাতৰ ৩৫ সংখ্যক বাৰ্ষিক অধিৱেশনখনি কালি দিনজোৰা কাৰ্যসূচীৰে তেজপুৰৰ ৰংমহল বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত মইনা মৌচমপ্ৰতিম বৰাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অধিৱেশনত…

ইতিহাস সৃষ্টিৰে ডিমাছা জনগোষ্ঠীৰ প্ৰথম গৰাকী IPS বিষয়া হাফলঙৰ দীক্ষা লাংথাছা ( ফটো সংবাদ) 

ইতিহাস সৃষ্টিৰে ডিমাছা জনগোষ্ঠীৰ প্ৰথম গৰাকী IPS বিষয়া হাফলঙৰ দীক্ষা লাংথাছা ( ফটো সংবাদ)(Diksha Langthasa from Haflong who cracks UPSC Examination recorded History for the Dimasa Community of Northeast.  First Lady IPS Officer From…

কৃষকৰ ‘ক্ষেত্ৰ ভ্ৰমণ’

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ ২৩ জুলাইঃ শোণিতপুৰ জিলা কৃষি কাৰ্যালয়, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI), অ পি আই ইউ- কৃষি ( OPIU- Agriculture ) উদ্যোগত, বিশ্বনাথ জিলা কৃষি কাৰ্যালয়ৰ সহযোগত আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য…

তিনিচুকীয়াত ২২ লক্ষাধিক টকাৰ ড্ৰাগছসহ ধৃত ২

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জুলাই : মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ ব্যাপক অভিযান ৷ নিৰ্ভৰযোগ্য সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ এ টি ৰ’ডস্থিত মিড টাউন নামৰ হোটেলখনত অভিযান…

“সংগীতম” ৰ সদৌ অসম ভিত্তিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৩ জুলাই : সুৰ সম্ৰাট জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ পিছত এইবাৰো তেজপুৰৰ বাণ থিয়েটাৰত আয়োজন কৰা সদৌ অসম ভিত্তিক তৃতীয় বাৰ্ষিক…

অসম-অৰুণাচল সীমান্তৱৰ্তী নাৰায়ণপুৰৰ গৰুবন্ধাত অসমৰ ভূমিত অৰুণাচলৰ পথ নিৰ্মাণৰ প্ৰচেষ্টা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুলাই ঃ কেন্দ্ৰীয় চৰকাৰে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলে এতিয়াও অসমৰ ভূমিলৈ আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰি আহিছে৷ যোৱা শনিবাৰে তেনে এক কথাই প্ৰতিপন্ন…

এজাক শিশুক অসমীয়া ভাষাৰ কালিকা শিকালে বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তই

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ জুলাই : উঠি অহা প্ৰজন্মক সুন্দৰ দৰ্শনেৰে প্ৰতিভাৰ সন্ধান কৰি সমাজৰ একোগৰাকী সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা ড° স্বাধীনতা মহন্তৰ মাৰ্গ দৰ্শনেৰে জন্ম লাভ কৰা "সুদৰ্শন অসম"ৰ…