বিশিষ্ট তাই গৱেষক-চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈৰ ৭৭ সংখ্যক জন্ম দিন পালন
শতাব্দ প্ৰতিনিধি ধেমাজি, ২২ জুলাই : সাতসত্তৰটা বসন্ত গৰকা ধেমাজিৰ বিশিষ্ট চিত্ৰশিল্পী তথা তাই গৱেষক-চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈৰ ৭৭ সংখ্যক জন্ম দিন কালি পালন কৰা হয় ৷ চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে তাই ভাষাৰ উত্তৰণৰ হকে বিশেষ ভূমিকা…
