তেজপুৰৰ সাংসদক সমষ্টি বিচাৰি ফুৰা ফৰিঙৰ দৰে প্ৰাণী বুলি  ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ “সাংসদ পল্লৱ লোচন দাস জাতিৰ,নিজৰ জনগোষ্ঠীৰ বাবেই এক প্ৰতাৰক৷এনে লোকৰ কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷ য’দি সৎসাহস আছে তেনেহলে তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰক৷তেওঁ সমষ্টি বিচাৰি জঁপিয়াই ফুৰা…

দায়িত্ব বানচ গ্ৰহণ নকৰে ক্ষোভিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯জুলাইঃ ৰাজ্যৰ বিভিন্ন শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহত পদহীনতাৰ বিপৰীতে ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে লাভ কৰা তিনিশ টকাৰ দায়িত্ব বানচ আজি শোণিতপুৰৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক…

বীৰ লাচিত সেনাৰ তিনি সৈনিকক বহিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৯ জুলাই ঃ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ তিনি সৈনিকক আজিৰে পৰা কাৰ্যকৰি হোৱাকৈ সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ এক বিজ্ঞপ্তিৰ জৰিয়তে বীৰ লাচিত সেনা, অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্তই…

মাৰ্ঘেৰিটাত এখন হেৰোৱা দলং বিচাৰি হাহাকাৰ ৰাইজৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে এখন দলং বিচাৰি হাবাথুৰি খাইছে ৷ কিন্তু বিচাৰি পোৱা নাই দলঙখন ৷ প্ৰকৃততে ক’ত অন্তৰ্ধান হ’ল দলঙখন ? স্থানীয় সূত্ৰে জানিব পৰা মতে বিজেপিৰ বুঢ়ীদিহিং মণ্ডল…

২২ জুলাইত তেজপুৰত সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৮ জুলাই : চিৰসেউজ, দৰদী গীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰি যোৱা বিশিষ্ট কন্ঠশিল্পী, সুৰকাৰ, সংগীতশিল্পী জয়ন্ত হাজৰিকাৰ গীতসমূহ চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান "সংগীতম" এ বিগত দুটা বছৰৰ…

বাপুভেটিত সংস্কাৰ ভাৰতীৰ নাটকৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জুলাইঃ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সাংস্কৃতিক আৰু ক্ৰীড়া সংঘৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা তেজপুৰীয়া কালচাৰেল এণ্ড চচিয়েল ৱৰ্কচৰ সহযোগত শোণিতপুৰ জিলাৰ বিহগুৰিৰ বাপুভেটি নিম্ন…

তিনিচুকীয়াত মিছন ইন্দ্ৰধনুষৰ টাস্ক ফ’ৰ্চৰ সভা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য ) চিন্ময় পাঠকৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ( আই এম আই) ৫.০ ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত হয় । উক্ত সভাত আই…

জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু উপ মুখ্য অভিযন্তাৰে বৈঠক সদৌ অসম শাখা সহকাৰী আৰু উপ অভিযন্তা সেৱা…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৮ জুলাই : সদৌ অসম শাখা সহকাৰী আৰু উপ-অভিযন্তা সেৱা সন্হাৰ তৰফৰ পৰা আজি জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক সাক্ষাৎ কৰি সন্হাৰ সমস্যাৰাজিৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় বুলি এক বিবৃতিত উল্লেখ কৰিছে উপদেষ্টা ৰবীন্দ্ৰ…

ধেমাজিত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৮ জুলাই : ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি বিশেষভাৱে অভিনন্দন জনোৱা হয় ৷ ধেমাজি ৰাজহুৱা…

সহনশীলতাৰ সেই  ছবিখন…

দীপামণি হাজৰিকা বৰুৱা    মূৰৰ ওপৰত ছাঁ দি থকা  হাতবোৰ  হেৰাই যোৱাৰ পাছতহে অনুভৱ হয় অতিমাত্ৰা ৰ'দ কিম্বা বৰষুণ জীৱনৰ বাবে কিমান ক্ষতিকাৰক।স্কুলত থকা সময়খিনিত প্ৰতিদিনাই কোনোবা নহয় কোনোবা সময়ত  হাত কিছুমানৰ অভাৱ বৰকৈ অনুভৱ কৰোঁ।যিবোৰ…