বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ পৰিচালনাত লুপ্ত হ’বলৈ ধৰা দেৱদাসী নৃত্য পৰিৱেশন

মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে সুনাম কঢ়িয়াই অনা সাৰণ্যা মহন্তৰ লগতে ভাৰত চৰকাৰৰ জলপানি লাভ কৰা চাৰি উদীয়মান শিল্পীক অভিনন্দন জ্ঞাপন শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৭ জুলাই : প্ৰাচীন মন্দিৰ সমূহত সততে প্ৰচলিত হৈ অহা দেৱদাসী নৃত্য…

শোণিতপুৰ জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা আৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুলাইঃ তেজপুৰৰ ডেকাৰগাঁৱত আজিৰে পৰা আৰম্ভ হৈছে জিলাভিত্তিক আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা৷শোণিতপুৰ জিলা কাৰাটে সন্হাৰ সৌজন্যত আৰু ডেকাৰগাঁওবাসীৰ সহযোগত দুদিনীয়াকৈ আৰম্ভ হৈছে এই প্ৰতিযোগিতাখন৷ দ্বিতীয় বাৰ্ষিক…

বুঢ়াচাপৰি অভয়াৰণ্যত বনবিভাগৰ গুলিচালনা, মহিলাসহ আহত পাঁচ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুলাই : নগাঁও বন সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰি অভয়াৰণ্যত আজি দিনত সংঘটিত হয় এক গুলিচালনাৰ ঘটনা৷ অলপতে উচ্ছেদিত অংশত পুনৰ একাংশ বেদখলকাৰীয়ে থিতাপি লোৱাৰ বিপৰীতে আজি বিভাগীয় ভাবে উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত…

ৰাষ্ট্ৰীয় টাগ অৱ ৱাৰ প্ৰতিযোগিতালৈ অসমৰ মহিলা দল ৰাওনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ অহা ২০ জুলাইৰ পৰা ২৩ জুলাইলৈ টাগ অফ ৱাৰ ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত তামিলনাডুৰ নামাক্কালত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ ২০২৩৷ইয়াৰ বাবে অসমৰ ১২ জনীয়া সদস্যাৰ মহিলা দলটো যোৱা নিশা…

তেজপুৰত যুৱকৰ সলিল সমাধিঃ সুৰাই হ’ল কাল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী মৌজাৰ ডেকাচুবুৰী ঘগৰাৰ দেৱনাথ হেৰেঞ্জৰ পুত্ৰ মুণ্ডা হেৰেঞ্জ(২০)নামৰ এজন যুৱকৰৰ সলিল সমাধি ঘটাৰ পাছত আজি পুৱা তেওঁৰ মৃতদেহ বাসগৃহৰ সমীপৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ…

তিনিচুকীয়াত পথ দুৰ্ঘটনাত ৰে’লৰ যুৱ বিষয়া নিহত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ জুলাই : দেওবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত তিনিচুকীয়াৰ ৰে’ল বিভাগৰ এজন যুৱ বিষয়া নিহত হয় ৷ সূত্ৰমতে কালি নিশা প্ৰায় ১০.৩০ বজাত হিজুগুৰি আৰক্ষী চকীৰ সমীপত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ৰে’লৱেৰ…

নাওবৈচাত যুদ্ধকালীন তৎপৰতাৰে শিঙৰা নদীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ লখিমপুৰ জিলাৰ এখন খৰস্ৰোতা নদী হৈছে শিঙৰা নদী৷ নাওবৈচাবাসীৰ চকুলো স্বৰূপ এই শিঙৰা নদীয়ে প্ৰতিবছৰে বাৰিষা বানৰ সৃষ্টি কৰি অভাৱনীয় পৰিস্থিতিৰ সূচনা কৰি আহিছে৷ চলিত বাৰিষাতো ব্যতিক্ৰম নহ’ল শিঙৰা নদী৷…

বি ডিভিজন ফুটবলত পূব শোণিতপুৰৰ সম্পূৰ্ণ পইন্ট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭জুলাইঃ তেজপুৰ জিলাক্ৰীড়া সন্হাৰ উদ্যোগত তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হোৱা বিশ্বজিৎ দত্ত ৰয় সোঁৱৰণি বি ডিভিজন ফুটবল লীগৰ আজি অনুষ্ঠিত হোৱা খেলত পূব শোণিতপুৰ ফুটবল দলে গাছা ফুটবল দলক ২-১ ব্যৱধানত পৰাস্ত কৰে৷আজিৰ…

ৰাজ্যত সাত সহস্ৰাধিক প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম আজিও নিযুক্তিৰ পৰা বঞ্চিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুলাইঃ ৰাজ্যত আজিও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে সাত সহস্ৰাধিক এ এন এম নাৰ্চ৷ প্ৰায় আঠ বছৰ পূৰ্বেই চৰকাৰী ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰা এইসকল নাৰ্চক আজিও চৰকাৰে চাকৰিত মকৰল নকৰাত তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ…

তেজপুৰৰ ঔগুৰি পাহাৰৰ সুৰক্ষাক লৈ সৰৱ বিভিন্ন সংগঠন আৰু সাহিত্য সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭ জুলাইঃ তেজপুৰৰ এক অন্যতম পৰ্যটন তথা ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ স্হান তথা তেজপুৰৰ প্ৰাকৃতিক সুৰক্ষা স্বৰূপ ঔগুৰি পাহাৰৰ এটা অংশ ব্যক্তিগত খণ্ডক হস্তান্তৰৰ বিৰুদ্ধে আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন আৰু তেজপুৰ…