তেজপুৰত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰত এজন আৰক্ষী বিষয়াৰ কুকৰ্মই সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে একেই অভিযোগৰ কাহিনী৷ অভিযোগ অনুসৰি, দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক একেখন বিদ্যালয়ৰে অংকৰ শিক্ষক…

কেন্দ্ৰক কঠোৰ সকীয়নি বিশিষ্ট ৰে’ল শ্ৰমিক নেতা আশিস বিশ্বাসৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : 'ৰে'ল শ্ৰমিকৰ ন্যায্য প্ৰাপ্য আদায়ৰ ঐতিহাসিক আন্দোলনৰ জৰিয়তে অল ইণ্ডিয়া ৰেলৱেমেনছ্‌ ফেডাৰেচনে যুগান্তকাৰী ইতিহাস সৃষ্টি কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নতুন পেঞ্চন…

অভিনৱ থিয়েটাৰত নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা

উত্তৰ লখিমপুৰ, ১৫ জুলাইঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত নাওবৈচা বিধান সভা সমষ্টিভিত্তিত ফুলবাৰী বোকানদীৰ অভিনৱ থিয়েটাৰৰ দ্বাৰা আজিৰে পৰা ১০ দিনীয়া নাটক আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।…

তেজপুৰত নৱপ্ৰজন্মৰ বায়ন গায়ন জোৰালৈ ৰাজহুৱা স্বীকৃতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জুলাইঃ তেজপুৰ চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ বৰপাট গাঁৱত অগ্ৰজ আৰু নৱপ্ৰজন্মৰ সন্মিলিত প্ৰচেষ্টাত উজ্জীৱিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অময়া সৃষ্টি৷যোৱা নিশা বৰপাটগাঁৱত দেখা গ’ল ভক্তিৰসৰে ভৰা এক অনন্য…

লখিমপুৰ আৰক্ষীৰ এটা ভিডিঅ’ই তোলপাৰ লগাইছে ছ’ছিয়েল মিডিয়াত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুলাইঃ লখিমপুৰ আৰক্ষীৰ এটা ভাইৰেল ভিডিঅ’ই ছ’ছিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ কেবামাহ পূৰ্বৰ পুৰণি এটা ভিডিঅ’ই অসম আৰক্ষীক লজ্জানত কৰিছে৷ মাজনিশা এগৰাকী যুৱতীক ডিঙিত ধৰি টানি লৈ লোৱা এই আৰক্ষী বিষয়াজন হৈছে এছ…

কাঠচিতীয়া বিজেপিক উৎখাতৰ আহ্বান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : যোৱা ৪ জুলাইত গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত অসমৰ পাঁচটা বাওঁপন্থী ৰাজনৈতিক দলৰ যৌথ ৰাজ্যিক অভিৱৰ্তনত গৃহীত প্ৰস্তাৱমৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া চহৰৰ মাজ মজিয়াৰ থানা…

লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি-গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুলাইঃ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি আৰু গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ আজি পুৱা ৯ বজাত দেহাৱসান ঘটে। আজি পুৱা তেখেত হঠাৎ অসুস্থ হৈ পৰাত লখিমপুৰ…

তেজপুৰত অনন্য ৰূপত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ জুলাই: তেজপুৰৰ জ্যোতি ভাৰতী অৰ্থাৎ ঐতিহাসিক "পকী"ৰ ৰূপকোঁৱৰ মঞ্চত আজি কণ কণ প্ৰশিক্ষাৰ্থীৰ সৈতে পকী মজিয়াত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সৈতে একেলগে বহি অসম চৰকাৰৰ…

শোণিতপুৰত সঘন বিদ্যুৎ কৰ্টনত অতিষ্ঠ সৰ্বসাধাৰণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪জুলাইঃ সম্প্ৰতি শোণিতপুৰৰ সকলো অঞ্চলতেই বিদ্যুতৰ সঘন কৰ্টনে ৰাইজক অতিষ্ঠ কৰিছে৷স্মাৰ্ট মিটাৰ সংযোজনৰ লগতে বিদ্যুৎ মাছুল বৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণক প্ৰয়োজনীয় বিদ্যুৎ নিয়মীয়াভাবে যোগান ধৰিব নোৱৰাত…

উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ বাবে স্থাপন হব চেটেলাইট : কিৰেন ৰিজিজু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ জুলাই : ইছৰ'ৰ বিজ্ঞানীক ধন্যবাদ জনালে কেন্দ্ৰীয় Earth Science মন্ত্ৰী কিৰেন ৰিজিজুৱে। আজি তেজপুৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই চন্দ্ৰ যান সফলতাৰে চন্দ্ৰ পৃষ্ঠত অৱতাৰণ কৰাৰ বাবে তেওঁ প্ৰাৰ্থনা জনায় কয়…