নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ হত্যা কৰিলে চোৰাংচিকাৰীয়েঃ গ্ৰেপ্তাৰ তিনি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ অসম-অৰুণাচল সীমান্তৰ তথা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে ঢেকীয়াপতীয়া বাঘ এটা নিধন কৰা ঘটনাই প্ৰকৃতি প্ৰেমী সংগঠনৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।এই সন্দৰ্ভত সম্প্ৰতি মুখ খুলিছে…

লখিমপুৰত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড শিমলু গছ বাগৰিলঃ নিহত এজন

কেবাখনো যানবাহন ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যাহত লখিমপুৰ নগৰত ৬-৭ ঘণ্টা বিদ্যুৎ সেৱা ব্যাহত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ জুলাইঃ উত্তৰ লখিমপুৰ নগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি যেন কোনো দায়িত্ব নাই জিলা প্ৰশাসন…

 ৰাজ্যৰ বাহিৰৰ তিনি পৰীক্ষাৰ্থীক আটক তেজপুৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১জুলাইঃ তেজপুৰত আজি অনুষ্ঠিত হোৱা ষ্টাফ চিলেকচন কমিচনৰ পৰীক্ষাত ধৰা পৰে এজন ভূৱা পৰীক্ষাৰ্থী৷ আজি অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত তেজপুৰ ৰাবাৰ বাগান পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ অহা সুগ্ৰীৱ প্ৰজাপতি নামৰ উত্তৰ…

এবিভিপিয়ে কৰিলে লীলা…

সৰ্বত্ৰ প্ৰতিক্ৰিয়াঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জিলা সংযোজকে নাজানে চৰকাৰী নিৰ্দেশনাৰ কথাঃ বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাক ধবংস কৰি আহিছে, চৰকাৰৰ অগণতান্ত্ৰিক ব্যৱস্থাক অমান্য কৰি কৰা কামক আমি আদৰণি জনাবই লাগিবঃ আছুৰ কটাক্ষ শতাব্দ…

মৰাণ সমষ্টিৰ নাম বাহাল ৰাখক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জুলাই : অসম নামৰ এই ভূখণ্ডৰ আদিমতম মানৱ প্ৰজাতিৰ অন্যতম মৰাণসকলৰ ইতিহাস বিজড়িত মৰাণ নামৰ ঠাইখনৰ নাম চিৰদিন বাহাল থকাটো কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই ৷ আজি এক বিবৃতিৰ জৰিয়তে সদৌ…

আমাক ৰিলিফ নালাগে, লাগে বান সমস্যাৰ স্থায়ী সমাধান- বন্যাৰ্ত

স্বাধীনতাৰ ৭৫ বছৰেও বান সমস্যাৰ পৰা মুক্ত নহ’ল লখিমপুৰৰ কুৰিখন গাঁওঃ প্ৰতি বাৰিষাতে জীৱন বিপদাপন্ন কৰি তোলে শিঙৰাৰ ওভটনি পানীয়েশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ জুলাইঃ লখিমপুৰ জিলাৰ এটা দুৰ্গম অঞ্চল হৈছে নাওবৈচাৰ গেলাহাটী অঞ্চলটো৷…

ৰাজ্যিক পৰ্যায়ৰ বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ জুলাই : ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰে পৰা ৰাজ্য জুৰি ডায়েৰিয়া নিয়ন্ত্ৰণৰ এমহীয়া বিশেষ কাৰ্যসূচী হাতত লৈছে। সোমবাৰে আগবেলা কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য আৰু…

চাউল চুৰিঃ প্ৰাক্তন যুটীয়া সঞ্চলকসহ চাৰিজনৰ গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১০ জুলাই : ঢেকিয়াজুলিত সংঘটিত চৰকাৰী আঁচনিৰ চাউল হৰলুকিৰ ঘটনাৰ অনুসন্ধানকাৰী মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুদিন পূৰ্বে সোধপোছৰ বাবে মাটি নিয়া শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া…

তেজপুৰ বিশ্ববিদ্যালয়ত বিজ্ঞান শিক্ষক শিক্ষয়িত্ৰীক প্ৰশিক্ষণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০জুলাইঃ ৰাজ্যক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে বিজ্ঞান শিক্ষাক আগবঢ়াই নিব লাগিব। ২০১৪ত ২৭,৪৫২ গৰাকী বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বৰ্তমান ৪৬হেজাৰলৈ বৃদ্ধি পাইছে যদিও তিনি কোটি পঞ্চাশ…

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ স’তে মত বিনিময় তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১০জুলাইঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে কালি নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত…