লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত তেজপুৰত সাতদিনীয়া মহিলাৰ নাট কৰ্মশালাৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত আজিৰে পৰা ১০ জুলাই তাৰিখলৈ অনুষ্ঠিত হ'ব লগা সাতদিনীয়া মহিলাৰ নাট কৰ্মশালা আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই বন্তি প্ৰজ্বলন…

একাধিক কুঁৱাত দুৰ্বৃত্তই মিহলালে বিষ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪জুলাইঃ তেজপুৰৰ নিকটৱৰ্তী তথা বৰছলা বিধানসভা সমষ্টিৰ বাহঁবাৰীৰ মৌজাৰ বৰঘোপ ৰাইতলীত যোৱা নিশা কোনো দুস্কৃতিকাৰীয়ে পানীত বিষ ধলা কাৰ্যই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে,দুৰ্বৃত্তই একাধিক…

লখিমপুৰত পঞ্চায়ত সচিব- সমন্বয়কক গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ জুলাইঃ গ্ৰামোন্নয়নৰ বাবে আৱণ্টিত ধন আত্মসাৎ কৰি এইবাৰ লখিমপুৰৰ পাভত গ্ৰেপ্তাৰ হৈছে পঞ্চায়ত সচিব-সমন্বয়ক৷ ধৃত পঞ্চায়ত সচিব আৰু সমন্বয়কজন হৈছে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত তথা কৰুণাবাৰী উন্নয়নখণ্ডৰ…

“সপ্তাশ্ব” ৰ উদ্যোগত তেজপুৰত সাতদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ৩ জুলাই : তেজপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান "সপ্তাশ্ব"ৰ উদ্যোগত আজিৰে পৰা সাতদিনীয়াকৈ তেজপুৰৰ চানমাৰীৰ দুৰ্গা পূজা মণ্ডপত মাজুলীৰ বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পীৰ দ্বাৰা অনুষ্ঠিত হৈছে সত্ৰীয়া নৃত্যৰ এক…

তেজপুৰত বনৰীয়া ম’হৰ আক্ৰমণত নিহত এজন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩জুলাইঃ বাঢ়নি পানীৰ বাবেই নিৰাপদ স্হানৰ সন্ধানত বনাঞ্চলৰ পৰা ওখ ঠাই বিচাৰি ওলাই অহা বুলি ধাৰণা কৰা বনৰীয়া ম’হৰ আক্ৰমণত আজি পুৱা তেজপুৰৰ ভোজখোৱা চাপৰিত এজন লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছ।…

তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, জুলাই : বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰী আগ্ৰহী কৰি তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষা অভিযানৰ সমগ্ৰ শিক্ষাৰ অধীনত অসমৰ চাৰিটা স্হানৰ লগতে তেজপুৰ…

 “তেজপুৰ সাহিত্য চ’ৰা” ৰ ৫৪০ সংখ্যক বৈঠক সম্পন্ন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : তেজপুৰৰ অন্যতম সাহিত্যৰ অনুষ্ঠান "তেজপুৰ সাহিত্য চ'ৰা" ৰ ৫৪০ সংখ্যক বৈঠকখনি আজি চ'ৰাৰ নৱনিৰ্বাচিত সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাৰ চ'ৰা ঘৰত অনুষ্ঠিত হয়। সভাপতি ড° সুৰেশ কুমাৰ আৰ্যৰ অনুপস্হিতিত আজিৰ বৈঠকত…

তেজপুৰত “যাত্ৰা – ৫” শীৰ্ষক পাঁচদিনীয়া চিত্ৰকলা প্ৰদৰ্শনীৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২ জুলাই : ৰাষ্ট্ৰপতিৰ বিশেষ পুৰস্কাৰৰ লগতে ৰাষ্ট্ৰীয় ফেলশ্বিপ লাভ কৰা তেজপুৰৰ জনপ্ৰিয় চিত্ৰশিল্পী ৰাতুমণি দাস আৰু আন এগৰাকী তেজপুৰৰ দক্ষ চিত্ৰশিল্পী নৱনিতা শৰ্মাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো আজিৰে পৰা ৬ জুলাই…

গোগামুখ মিলনপুৰ নিবাসী বিপিন চন্দ্ৰ হাজৰিকাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ জুলাই : লখিমপুৰ জিলাৰ গোগামুখ মিলনপুৰ নিবাসী তথা লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-বিভাগীয় অভিযন্তা বিপিন চন্দ্ৰ হাজৰিকাৰ যোৱা শুকুৰবাৰে নিশা প্ৰায় ২.৩০ বজাত দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা…

বিজেপি বিৰোধী জোঁটবন্ধনত নাথাকে আপ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২জুলাইঃ দেশ তথা ৰাজ্যত আগন্তুক নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ বিজেপি বিৰোধী ৰাজনৈতিক দল সমূহে যি জোঁটবন্ধন কৰিছে,এই বিৰোধী গোটত আপ নথকাৰ উপৰি ৰাজ্যৰ বিৰোধী জোঁটৰ তিনি গগৈ সন্দৰ্ভতো বিষোদ্গাৰ প্ৰকাশ…