লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানত কৃষক-কৃষি বিজ্ঞানীৰ মাজত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য…

উত্তৰ লখিমপুৰ ২৬ জুনঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অন্তৰ্গত উত্তৰ অসমৰ লখিমপুৰ জিলাত অৱস্থিত একমাত্ৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত, আজি ইণ্ডো গ্ল'বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ উদোগত আৰু ধেমাজি আৰু লখিমপুৰ জিলাৰ ৪০ জন কৃষকৰ উপস্থিতত জলবায়ু…

লখিমপুৰত আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

উত্তৰ লখিমপুৰ, ২৬ জুনঃ আজি আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো পালন কৰা হয় আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। লখিমপুৰ আৰক্ষী বিভাগৰ সহযোগত…

তেজপুৰত জে বি প্ৰডাকচনৰ উদ্যোগত “মহবুব ষ্টুডিঅ”ৰ শুভাৰম্ভণি

এই ষ্টুডিঅটিয়ে উঠি অহা প্ৰজন্মৰ নটসৈনিক সকলক নতুন দিশৰ সন্ধান দিব - উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৫ জুনঃ নাটশিল্প ক্ষেত্ৰখনত হৈ থকা নতুন নতুন পৰীক্ষা, সম্পৰীক্ষাৰ মাজতে কালি সন্ধিয়া তেজপুৰত শুভাৰম্ভ হ'ল "ইন্টিমেট…

তেজপুৰত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নপাম মজলীয়া বিদ্যালয়ৰ সভা গৃহত আজি বিয়লি তিনি বজাত শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা মানৱাধিকাৰ ন্যায় আয়োগৰ উপ সভাপতি শ্বেখ চাহাব উদ্দিনৰ সভাপতিত্বত…

তেজপুৰৰ জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসক “নৃত্যজ্যোতি প্ৰেৰণা বঁটা” প্ৰদান

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৫ জুন : উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিব্ৰেল ট্ৰাষ্টে উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা ক্ষেত্ৰখনৰ লগতে সাহিত্য ক্ষেত্ৰত বিশেষ কৃতিত্ত্বৰ পৰিচয় দিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিক…

তেজপুৰ বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব প্ৰতিৰক্ষা অধ্যয়ন বিভাগ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ দেশৰ উত্তৰ-পূবৰ অগ্রণী উচ্চ শিক্ষা প্রতিষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা অধ্যয়ন বিভাগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে । বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু পৰিচালনা পৰিষদে ইতিমধ্যে এই সিদ্ধান্তক অনুমোদন…

তেজপুৰত পথৰ মাজত প্ৰকাণ্ড গাঁতঃ বহুকেইটা দুৰ্ঘটনা সংঘটিত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৫জুনঃ তেজপুৰৰ নগৰে চহৰে ভগ্নাৱশেষৰ দৰে জৰাজীৰ্ণ পথবোৰ বৰ্তমানেও পূৰ্বৰ দৰেই আছে৷উল্লেখযোগ্য যে,তেজপুৰৰ ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ ন আলি মূৰৰ পৰা ঘগৰা সংযোগী গড়কাপ্তানি পথটোৰ মাজত প্ৰকাণ্ড গাঁত বৰ্তমানেও…

গৰীয়া জাতীয় পৰিষদৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

শতাব্দ প্ৰতিবেদক, নাৰায়ণপুৰ,২৫ জুনঃ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ উদ্যোগ আৰু লখিমপুৰ জিলা সমিতিৰ‌ সহযোগত ২৫ জুনত গৰীয়া জনগোষ্ঠীৰ প্ৰায় দুকুৰি কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।লুইতপৰীয়া প্ৰাথমিক বিদ্যালয়ত…

‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ সমাজ বিজ্ঞানী তৰুণ গগৈক প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন : অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান অনুষ্ঠানটি বালিজান নাহৰণি জনকল্যাণ সংঘৰ…

গ্ৰন্থ উন্মোচন, গীত-মাত কবিতাৰে মুখৰ পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,২৫ জুনঃ 'সমাজ এখন সুস্থ ভাৱে জীয়াই থাকিবৰ বাবে তথা উঠি অহা প্ৰজন্মক এটা দিশ দিবৰ বাবে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ যথেষ্ট কৰণীয় আছে। সভা সমিতিৰ জৰিয়তে সমাজৰ ভিন্ন ক্ষেত্ৰত ব্যক্তি সকলক পৰিচয় কৰাই দিয়াৰ…