মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰতে সম্পূৰ্ণ হব

মৰিগাঁও, ২২ জুন : মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ আগষ্টৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সময়সীমা বান্ধি দিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি নিৰ্মীয়মান নতুন…

চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২জুনঃ ৰাজ্যৰ চাহ বাগিচাৰ লোকৰ বাবে চাৰি শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰৰ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত এখন আদৰ্শ…

লখিমপুৰৰ সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তি

উত্তৰ লখিমপুৰ ,২২ জুন : লখিমপুৰ চকুলীভৰীয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি, সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা ৭ বজাত পৰলোক প্ৰাপ্তি ঘটে ৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা চুতীয়া শেহতীয়াকৈ স্হানীয় ডাঃ দাস…

তেজপুৰ বিশ্ববিদ্যালয়ৰ “টপাৰ” নিলোৎপল গগৈৰ ৰহস্যজনক আত্মহনন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুনঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰাবাসত এজন মেধাবী ছাত্ৰৰ মৃতদেহ তেওঁৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাই বিশ্ববিদ্যালয়খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্ৰাথমিক অৱস্থাত এই ঘটনা আত্মহত্যা বুলি আশংকা কৰা হৈছে৷…

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক চি পি আই (এম)ৰ বিৰোধিতা

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জুনঃ অসমৰ প্ৰায় সকলোবোৰ বিৰোধী দল আৰু জাতীয় সংগঠনৰ প্ৰবল বিৰোধিতা সত্ত্বেও ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি ইয়াৰ খচৰা প্ৰকাশ কৰাত…

বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুনঃ লখিমপুৰ জিলাৰ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনিল কুমাৰ গগৈয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি অধ্যক্ষৰ আসন দখল কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে৷…

তিনিচুকীয়া মহাবিদ্যালয়ত বিশেষ অনুষ্ঠানত প্ৰভাংগীক সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জুন : আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ সভাগৃহত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত তিনিচুকীয়া মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী…

ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’বঃ গাডকাৰী

নতুন দিল্লী, ২১ জুনঃ ২০২৫ চনৰ পৰা সকলো ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’ব লাগিব, যাৰ ফলত প্ৰায়ে ১১-১২ ঘণ্টা অসহ্যকৰ গৰমৰ পৰিৱেশত কটোৱা চালকসকলক অতি প্ৰয়োজনীয় আৰাম প্ৰদান কৰা হ’ব। কঠিন পৰিস্থিতি আৰু পথত দীঘলীয়া সময় কটোৱা…

তেজপুৰৰ পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জুন : তেজপুৰ চহৰৰ নিকটৱৰ্তী বেছেৰীয়াত ১৯৮৯ চনতে প্ৰতিষ্ঠা হোৱা পূবেৰুণ সাংস্কৃতিক সমাজৰ উদ্যোগত সমাজৰ স্থায়ী ভৱনত কলাগুৰু বিষ্ণু ৰাভা দেৱৰ ৫৫ সংখ্যক স্মৃতি দিৱস উদযাপন কৰাৰ লগতে সদৌ বেছেৰীয়া অঞ্চলৰ উচ্চ আৰু…

“সমষ্টি নিৰ্ধাৰণত বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ জড়িত”–মাণিক সৰকাৰ

মণিপুৰ চৰকাৰক ভংগ কৰিব লাগেঃ বিৰোধী ঐক্যকলৈ আশাবাদীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২১জুনঃ “ৰাজ্যত এনে কি পৰিস্থিতিৰ উদ্ভৱ হ’ল যে,বৰ্তমান ঠিক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ কৰিব লগীয়া হ’ল? অসমততো কাশ্মীৰৰ দৰে…