সঙ্গীত সত্ৰৰ পৰীক্ষাত বিদেশী-প্ৰবাসী-অনা অসমীয়া নৃত্য পটীয়সীৰ ভিৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ সত্ৰীয়া সঙ্গীতৰ বাবে ২৪ ছেপ্তেম্বৰ দিনটো অনাগত দিনৰ বাবে পৰিগণিত হ'ল এক বিশেষ দিনৰূপে।সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ…

তেজপুৰ চেলেঞ্জ কাপ ফুটবলত অৰুণাচল এফ চিৰ খিতাপ অৰ্জন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ ছেপ্টেম্বৰ : ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ যোৱা নিশা অনুষ্ঠিত আকৰ্ষণীয় চূড়ান্ত খেলত যোগ্য ভাৱেই খিতাপ অৰ্জন কৰে অৰুণাচল এফ চি দলে৷তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ…

লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচল চৰকাৰৰ উচ্চ শিক্ষাৰ আটাইতকৈ সন্মানীয় বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ উচ্চ শিক্ষা খণ্ডত অনবদ্য অৱদান আগবঢ়োৱা ইটানগৰৰ ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লখিমপুৰৰ বিশিষ্ট ব্য়ক্তি বলিনাৰায়ণ ফুকনক অৰুণাচল চৰকাৰে উচ্চ শিক্ষাৰ আটাইতকৈ…

তেজপুৰৰ বিশিষ্ট কবি – লেখিকা ৰাজু বৰুৱাৰ “পক দিয়া দোমাহীৰ বুকু” শীৰ্ষক কাব্য…

কবিতাৰ সংজ্ঞা আৰু মহত্ব বিশ্লেষণ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰশতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : বহু বছৰ ধৰি প্ৰগতিশীল দৃষ্টিভংগীৰে কাব্য চৰ্চাৰ সমান্তৰাল ভাৱে চিন্তা উদ্ৰেককাৰী বিভিন্ন ৰচনা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল…

বৰ্ণাঢ্য ৰূপত তেজপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ 

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : অসমীয়া জাতি নিৰ্মাতা, পুৰোধা, সমাজ বিজ্ঞানী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাব তিথি অৰ্থাৎ শংকৰ জন্মোৎসৱৰ আজিৰ দিনটোত পুৱাৰ পৰাই তেজপুৰৰ বিভিন্ন নামঘৰ, হৰিমন্দিৰৰ লগতে বিভিন্ন…

২০২৪ৰ অক্টোবৰলৈকে নিষিদ্ধ নহয় আধা লিটাৰ পানীৰ বটল

নিষিদ্ধকৰণৰ সিদ্ধান্তই বিধ্বস্ত কৰিব ৰাজ্যৰ অৰ্থনীতি সৰ্বস্বান্ত হ’ব ৰাজ্যৰ ২০৯ উদ্যোগীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে আধা লিটাৰ পানীৰ বটল নিষিদ্ধ ঘোষণা কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱনলৈ অমানিশা নামি…

‘‘দেশবাসীৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব লাগিব”

গুৱাহাটী, ২৩ চেপ্তেম্বৰ : উচ্চমানৰ শিক্ষাৰ জৰিয়তে একোজন সচেতন নাগৰিক গঢ় দিয়াৰ লক্ষ্য আগত লৈ নিৰৱচ্ছিন্ন প্ৰয়াসেৰে শিক্ষাজগতত প্ৰৱেশ কৰা অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন যোৱা ২৩ চেপ্তেম্বৰ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগনত…

কৰ্মচাৰীৰ অকাল মৃত্যু : তিনিচুকীয়া পৌৰসভাক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা তিনিচুকীয়া পৌৰসভাৰ এজন অস্থায়ী কৰ্মচাৰীক ১০ লক্ষাধিক টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে পৌৰসভাক নিৰ্দেশ দিছে তিনিচুকীয়াৰ সহকাৰী শ্ৰম আয়ুক্ত তথা…

জাতীয় শিক্ষানীতি- ২০২০ বাতিলৰ দাবীঃ লখিমপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ ছেপ্টেম্বৰ ঃ জাতীয় শিক্ষানীতি ২০২০ বাতিল কৰা আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ দাবীত আজি লখিমপুৰত এ আই ডি এছ অ’ৰ লখিমপুৰ জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এ আই ডি এছ অ’ৰ জিলা সম্পাদক ভাইটি…

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ কেন্দ্ৰীয় অধিৱেশনক লৈ ব্য়াপক প্ৰস্তুতি

কৰ্ণধাৰ সমিতিৰে ২৬ খন উপ সমিতিৰ সভাপতি - সম্পাদকৰ বৈঠক মূল মণ্ডপ উৎসৰ্গিত হ'ব জ্যোতি - বিষ্ণুৰ সোঁৱৰণত - মূল মঞ্চ হ'ব নটসূৰ্য্যৰ সোঁৱৰণত চাৰি নাট্য সন্ধিয়া উৎসৰ্গিত হ'ব প্ৰয়াত নট সৈনিকৰ সোঁৱৰণত গ্ৰন্থমেলা, প্ৰদৰ্শনী, নাট…