তেজপুৰত কেন্সাৰ ৰোগীৰ বাবে “প্ৰকল্প সৌন্দৰ্য” 

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৩ ছেপ্তেম্বৰ : দেশৰ কৰ্কট ৰোগী সকলৰ কল্যাণৰ অৰ্থে বিগত সময়ত বিভিন্ন কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰি বদান্যতাৰ পৰিচয় দি অহা আৰু বৰ্তমানে তেজপুৰৰ কেন্সাৰ কেয়াৰ ফাউনণ্ডেশ্বনত জড়িত হৈ থকা বিশিষ্ট চিকিৎসক ডাঃ ভেংকট…

মুকলিৰ তিনিবছৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নাই পৰ্যাপ্ত ঔষধ-সা-সুবিধা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন যোৱা তিনিটা বৰ্ষৰ পূৰ্বেই আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল যদিও আজিও চিকিৎসা মহাবিদ্যালয়খনে পূৰ্ণতা লাভ নকৰিলে৷ যাৰবাবে এই চিকিৎসালয়খনত এতিয়া ৰোগীসকলে…

এন এইচ পি চিত পুনৰ ভূমিস্খলনঃ পূৰ্বে পাহৰ খহি বন্ধ হৈ থকা ডাইভাৰ্চন টাৰ্নেলৰ সন্মুখ মুকলি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে এই পৰ্যন্ত প্ৰকল্পস্থলীত ভূমিস্খলন হৈয়ে আছে৷ গেৰুকামুখ পাহাৰৰ ভূমিস্খলনৰ ফলত পূৰ্বে বন্ধ হৈ পৰা ১নং ডাইভাৰ্চন টাৰ্নেলৰ…

বালিপৰাত হেৰইন জব্দ:নৈত জাপ দি পলাল সৰবৰাহকাৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত গুদামঘাটত যোৱা নিশা মাৰাত্মক হে'ৰইন জব্দ কৰাৰ বিপৰীতে দুই সৰবৰাহকাৰীয়ে নৈত জাপ দি পলায়ন কৰে৷উল্লেখযোগ্য যে,ইতিমধ্যেই জিলাখনৰ তেজপুৰ আৰু চাৰিদুৱাৰ আৰক্ষী…

লখিমপুৰৰ শিক্ষক-আলোকচিত্ৰ শিল্পী প্ৰাণজিত বৰুৱাৰ অকাল বিয়োগত শোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ, শিক্ষক আৰু সাহিত্য সংস্কৃতিৰ লগত জড়িত প্ৰাণজিৎ বৰুৱাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩২ বছৰ৷ অতি কম বয়সতে সামাজিক…

তিনিচুকীয়াত সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ ছেপ্তেম্বৰ : ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিভাসমূহক উজ্বলাই তোলাৰ লক্ষ্যৰে চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৷ তিনিচুকীয়া জিলাতো এই…

নৰ্থ লখিমপুৰ কলেজত ‘অসমীয়া প্ৰকৃতি সাহিত্যৰ গতিধাৰা’ শীৰ্ষক বক্তৃতানুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ ‘অসমীয়া প্ৰকৃতি সাহিত্য চৰ্চাৰ বাটকটীয়া হ’ল নৰ্থ লখিমপুৰ কলেজ৷ এই কলেজেই বিগত প্ৰায় ছয়-সাত বছৰ ধৰি সাহিত্যৰ এই নতুন ধাৰাটোক চৰ্চাৰ মাজেৰে এক সবল পৰ্যায়লৈ আগুৱাই আনিলে৷’ – এই মন্তব্য বিশিষ্ট প্ৰকৃতিবিদ…

তেজপুৰত জ্যেষ্ঠ নাগৰিক মঞ্চৰ অধিৱেশন সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্ভুক্ত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ দশম বাৰ্ষিক অধিবেশনখন আজি সুকলমে অনুষ্ঠিত হয়। পুৱা আঠ বজাত পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণৰে আৰম্ভ কৰি ন বজাত পতাকা…

২৩ ছেপ্টেম্বৰত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন

গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় দ্বাদশ সমাৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে । অহা ২৩ চেপ্তেম্বৰ, ২০২৩ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তনখনিত মুখ্য অতিথিৰ আসন…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৭০ গৃহৰক্ষী জোৱানক অব্যাহতিত প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ সমূহত কেৱল লখিমপুৰ আৰু ধেমাজি জিলাৰ যুৱক-যুৱতী সকলক নিযুক্তি প্ৰদান কৰা হ’ব বুলি ৰাজহুৱা সভাত দম্ভালি মৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…