আকাশলৈ চাওক, আজি পূৰ্ণিমাত অতিচন্দ্ৰ

0 76

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ আগষ্টঃ ১ আগষ্টৰ নিশাৰ আজিৰ চন্দ্ৰটো অতিচন্দ্ৰ, ইংৰাজীত যাক কোৱা হয় চুপাৰমুন। পূৰ্ণিমা লগা মুহূৰ্তটো হ’ব ভাৰতীয় সময় মতে আজি নিশা ০০,০৩ বজাত, ঠিক ১২ বজাৰ পিছতে অৰ্থাৎ ২ আগষ্টত। অতিচন্দ্ৰত অন্য পূৰ্ণিমাতকৈ চন্দ্ৰটো সামান্য ডাঙৰ হয়, পোহৰো সামান্য বেছি হয়, অৱশ্য ডাঙৰ হোৱাটো অৱস্থাটো খালি চকুৰে নেদেখি যদিও অতিচন্দ্ৰ কেনেকুৱা তাক আকাশলৈ চায় এবাৰ অভিজ্ঞতা লব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.