উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তাৰকাগৃহ ১৬ ডিচেম্বৰত মুকলি

0 43

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ডিচেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তথা দেশৰ ষষ্ঠতো 3D show সমৃদ্ধ আৰু অসমৰ পঞ্চমতো তাৰকাগৃহ অহা ১৬ ডিচেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব আপোনালোকৰ উপস্থিতি সাদৰেৰে কামনা কৰাৰ লগতে‍ টিকটৰ মূল্য প্ৰাপ্ত বয়স্কৰ বাবে ৫০ টকা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ৩০ টকা নিৰ্ধাৰণ কৰা হৈছে। এই তাৰকাগৃহটি কণ কণ শিশুসকলৰ জ্ঞান অন্বেষণৰ স্থল হোৱাৰ লগতে অনাগত দিনত লক্ষীমপুৰৰ বাবে পৰ্যটনৰ এক সম্পদ হিচাপে দেখা দিব।

 

মন্তব্য দিয়ক

Your email address will not be published.