Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰত বৰ্ণাঢ্য ৰূপত গণৰাজ্য দিৱস পালন

শতাব্দ, লখিমপুৰ,  ২৭ জানুৱাৰীঃ  সমগ্ৰ   দেশৰ  লগতে লখিমপুৰ  জিলাতো  বৰ্ণাঢ্য  কাৰ্যসূচীৰে  দেশৰ  ৭৭  সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ।  জিলা প্ৰশাসনৰ  উদ্যোগত  উত্তৰ লখিমপুৰ  চৰকাৰী  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়  খেল পথাৰত  আয়োজিত …

অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ১৬ মাৰ্চঃ সমালোচনাই সাহিত্য সভাক প্ৰাণশক্তি প্ৰদান কৰিছে; প্ৰয়োজনত সংশোধন প্ৰক্ৰিয়াৰে সভাক সজাই তোলা হ'ব।ইউনিক'ডত অসমীয়া লিপিক বহুল মান্যতা দিয়াৰ লক্ষ্যৰে প্ৰতিগৰাকী শিশুৰ মনস্তত্ত্ব অধ্যয়নৰে পিতৃ-মাতৃয়ে…

সোৱণশিৰি প্ৰকল্পৰ বাবেই নামনিত শতাধিকে হেৰুৱাইছে ঘৰ-দুৱাৰ

মুকলি আকাশৰ তলতে খাদ্য গ্ৰহণ নিথৰুৱা পৰিয়ালৰ প্ৰখৰ ৰদত প্ৰতিবাদী জনতাৰ ক্ষোভৰ সন্মুখীন জিলা আয়ুক্তশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৬ জুনঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পূৱ তেলাহী মৌজাৰ ন আলি অঞ্চলত এতিয়া সোৱণশিৰিৰ ভয়ংকৰ গৰাখহনীয়াই বহু…

পাছিঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান লুম্মেৰ দাইৰ জন্ম দিৱস উদযাপন

পাছিঘাটৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১ জুন: বিশিষ্ট সাহিত্যিক লুম্মেৰ দায়ে অৰুণাচলৰ ভূমিত আজিলৈকে উচিত সন্মান লাভ নকৰিলে। অৰুণাচলৰ নতুন প্ৰজন্ম লুম্মেৰ দাইৰ সাহিত্য কৃতি আৰু অসম-অৰুণাচলৰ সমন্বয়ত এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অৱদান সম্পৰ্কে…

লখিমপুৰত হাফপেণ্ট পিন্ধি বিদ্যালয়লৈ শিক্ষক যাব লগা হোৱা পথত ৰাইজৰ ভূঁই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৩১ মেঃ এইবাৰ পথাৰত নহয় পথত হাল বাই কঠিয়া ৰুলে ৰাইজে৷ জৰাজীৰ্ণ পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলাৰ কদম গুজিয়লাৰ মিচিং গাঁওবাসীয়ে৷ আজি পুৱাই পথাৰৰ পৰিৱৰ্তে…

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসঃ অন্ধবিশ্বাস-কুসংস্কাৰ দূৰীকৰণ’ বিষয়ক আলোচনা সত্ৰ

শতাব্দ প্ৰতিনিধি, নাৰায়ণপুৰ ১৬ মে' : সমাজৰ পৰা অন্ধবিশ্বাস দূৰীকৰণ আৰু বিজ্ঞান মনষ্কতা সৃষ্টি কৰি এক প্ৰগতিশীল ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত ইলোৰা বিজ্ঞান মঞ্চই সফলতাৰে ২০ বছৰ অতিক্ৰম কৰিলে। এই লৈ ইলোৰা বিজ্ঞান মঞ্চৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস…

অন্ধ বিশ্বাস দূৰীকৰণৰ বাবে লক্ষীমপুৰ প্ৰশাসনৰ উদ্যোগত সজাগতা

উত্তৰ লক্ষীমপুৰ,৯মে'ঃ লক্ষীমপুৰ জিলাৰ ধলপুৰৰ কেতবোৰ অঞ্চলত অন্ধ বিশ্বাসৰ বশৱৰ্তী হৈ কেতবোৰ অসামাজিক কাৰ্য সংঘটিত হোৱাৰ বাতৰি লাভ কৰাৰ পিছতে লক্ষীমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগ, লক্ষীমপুৰ,জিলা আৰক্ষী, লক্ষীমপুৰ…

পাৰিজাত একাডেমীত কেৰিয়াৰ সজাগতা সভা 

শতাব্দ গুৱাহাটী, ২০ জানুৱাৰীঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০জানুৱাৰীত গুৱাহাটীৰ মহানগৰীৰ কাষৰীয়া পামহি(গড়চুক)স্থিত পাৰিজাত একাডেমীত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । পাৰিজাত…

নতুন পেঞ্চন নীতি বাতিলৰ দাবীত এদিনীয়া কৰ্ম বিৰতি সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাৰ

শতাব্দ প্ৰতিনিধি,২০ জানুৱাৰীঃ নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি প্রৱর্তন কৰি ৰাজ্যখনৰ বৃহৎ সংখ্যক কৰ্মচাৰীক সকাহ প্রদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে সদৌ অসম চৰকাৰী এন. পি. এছ কৰ্মচাৰী সংস্থাই ।সেই উদ্দেশ্যে আজিৰ পৰা ৩১…

ঢকুৱাখনাত ১১,১০৭ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অতুল বৰাৰ

শতাব্দ ,লখিমপুৰ ১৮ জানুৱাৰীঃ ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি অসম চৰকাৰৰ কৃষি আৰু পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী তথা লক্ষীমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ৰাষ্ট্ৰীয়…