Browsing Category
ট্ৰেণ্ডিং
কুকুৰৰ ক্লিনিকঃ লখিমপুৰত “দ্যা পেটচ হাউচ” মুকলি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জানুৱাৰীঃ কুকুৰ ভালপোৱা সকলৰ বাবে সুখবৰ। উত্তৰ লখিমপুৰ নগৰত আজি নতুনকৈ মুকলি হল কুকুৰৰ বাবে এখন ক্লিনিক-দোকান। এই দোকানত কুকুৰৰ সকলোধৰণৰ খাদ্য সামগ্ৰী, ঔষধ, সাজ সজ্জা তথা বন্ধনৰ সামগ্ৰী উপলব্ধ হ'ব। তদুপৰি অভিজ্ঞ…
ভোগালী বিহুৰ উপলক্ষে পৰেশ বৰুৱাৰ শুভেচ্ছা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ জানুৱাৰীঃ ভোগালী বিহু উপলক্ষে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। এক ই মেইল বাৰ্তাত বৰুৱাই কয়-- অসমৰ থলগিৰি জাতি তথা সমাজ জীৱনৰ আয়ুসৰেখা কেউটি বিহু৷ বিগত বৰ্ষবোৰৰ দৰে এই বছৰো ঢেঁকীৰ মাতে…
লখিমপুৰ জিলা হিল্লাল কমিটি গঠন
শতাব্দ, লখিমপুৰ, ৮ জানুৱাৰীঃ কালি দুপৰীয়া লখিমপুৰ বৰ মছজিদত অনুষ্ঠিত এখন ৰাজহুৱা সভাত 'লখিমপুৰ জিলা হিল্লাল কমিটি' খন গঠন কৰা হয় । এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে ডক্টৰ আব্দুল মান্নানে । সভাত অংশ গ্ৰহণ কৰি আলহজ চামছুল হুছেইন,…
আলফাৰ শিবিৰত ভয়ংকৰ বোমা আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ জানুৱাৰীঃ “সংযুক্ত মুক্তি বাহিনী, অসম ” চমুকৈ আলফাৰ ম্যানমাৰস্থিত এটা চলমান শিবিৰত কালি ৭ জানুৱাৰীত তিনিবাৰকৈ ড্ৰোণৰ জড়িয়তে বোমাৰ আক্ৰমণ সংঘটিত হয় ৷ সংযুক্ত মুক্তি বাহিনী, অসম প্রচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল…
লক্ষীমপুৰৰ প্রবীণ খেলুৱৈৰ কৃতিত্ব
শতাব্দ, লক্ষীমপুৰ, ৩ জানুৱাৰীঃ যোৱা ২৭ৰ পৰা ৩০ ডিচেম্বৰলৈ যোৰহাটত অনুষ্ঠিত ৰাজ্যিক প্রবীণ ক্ৰীড়া প্রতিযোগিতাত লক্ষীমপুৰৰ প্রতিযোগীসকলে বিশেষ কৃতিত্বৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। দলীয় ভিত্তিত খেলুৱৈসকলে মুঠ ২৫ টা স্বৰ্ণ পদক, ৰূপৰ…
ধলপুৰত বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুবিলঃ বাহন চি আৰ পি এফ জোৱানৰ কৰুণ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ পহিলা জানুৱাৰীৰ দিনাই লুইতৰ চাপৰিত বনভোজ খাবলৈ গৈ অকালতে প্ৰাণ হেৰুৱালে ধলপুৰৰ বড়িগাঁৱৰ যুৱক তথা চি আৰ পি এফৰ জোৱান শ্ৰীমন্ত শইকীয়াই ৷ ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পহিলা জানুৱাৰী উপলক্ষে দিল্লীত…
প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব পাৰি ?
ড° বুলজিৎ বুঢ়াগোহাঁই
কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ.পি.এছ.চি.)ৰ অসামৰিক সেৱাৰ পৰীক্ষা, ভাৰতীয় বন সেৱা পৰীক্ষা, অভিযান্ত্রিক সেৱা পৰীক্ষা, সংযুক্ত চিকিৎসা সেৱা পৰীক্ষা, সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা, সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা, ভাৰতীয়…
তৃতীয় বৰ্ষত ‘শতাব্দ’
২০২২ চনৰ পহিলা জানুৱাৰীত আৰম্ভ হোৱা 'শতাব্দ ডি জি মিডিয়া'ই আজি তৃতীয় বৰ্ষত ভৰি দিলে। 'শতাব্দ'ৰ গ্ৰাহক, পঢ়ুৱৈ, বিজ্ঞাপনদাতালৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ২০২৪ বৰ্ষটো হওঁক সকলোৰে বাবে মঙ্গলময়। 'শতাব্দ'ৰ অবিৰত যাত্ৰাত আপোনালোকৰ…
লখিমপুৰৰ বিদূষী মহিলা দেৱবালা ৰয়ৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ ডিচেম্বৰঃ লখিমপুৰৰ শৈক্ষিক জগতৰ এগৰাকী বিদূষী মহিলা দেৱবালা ৰয়ৰ ২৫ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৮৮ বছৰ বয়সত দেহাৱসান ঘটে। লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উপাধ্যক্ষাৰূপে অৱসৰ গ্ৰহণ কৰা ৰয়ে পিছৰ…
বৰ্ণাঢ্য ৰূপত ‘বিয়লি’ৰ দ্বাদশ বৰ্ষপূৰ্তি অনুষ্ঠিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ ডিচেম্বৰঃ মহাত্মা গান্ধীৰ চিতাভস্মৰ পাত্ৰটো শিৰত লৈ সমদলটোৰ সন্মুখত মানুহজন। সুদীৰ্ঘ জীৱন স্বাধীনতা সংগ্ৰামত লাগি লাগি স্বাধীনতাৰ স্বাদ পোৱাৰ পিছতে হঠাৎ মহাত্মা গান্ধীক হত্যা কৰা বিষয়টোৱে তেখেতক গভীৰভাবে আঘাত…
