Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰৰ নতুন জিলা আয়ুক্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ নৱেম্বৰঃ ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে আজি লখিমপুৰত নতুন জিলা আয়ুক্তৰূপে গায়ত্ৰী দেৱীদাস হ্যাইলিঙ্গেক নিযুক্তি দিছে। একেটা নিৰ্দেশনাতে বৰ্তমানৰ জিলা আয়ুক্ত সুমিত চত্তাৱানক কামৰূপ মহানগৰ জিলা আয়ুক্তৰূপে বদলি কৰিছে।

তিনিচুকীয়াত বিংশতম শাৰদা ট্ৰফী প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বিংশতম শাৰদা ট্ৰফী এক ভব্য অনুষ্ঠানৰ জৰিয়তে স্বৰ্গীয় শাৰদা দেৱী খৈতান মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বাৰা তিনিচুকীয়াত দেওবাৰে প্ৰদান কৰা হয় ৷…

তেজপুৰৰ মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকক লেনদেনত বাধা ৰিজাৰ্ভ বেংকৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯অক্টোবৰঃ তেজপুৰস্হ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডক ৪৫দিনলৈ কোনোধৰণৰ বিত্তীয় লেনদেন কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ উল্লেখযোগ্য যে,সমবায় বেংকটোত ৰিজাৰ্ভ বেংকৰ হিচাপ পৰীক্ষাৰ সময়ত…

তেজপুৰত ব্যৱসায় প্ৰতিষ্ঠানৰ বাংলা ভাষাৰ ফলকত কলা ৰং সানিলে আছুৱে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯ অক্টোবৰঃ তেজপুৰৰ মাজমজিয়াৰ কছাৰীগাঁও চাৰিআলিত দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তেজপুৰ আঞ্চলিক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷…

বিহংগবন্ধুৰ উদ্যোগত এল. টি. কে মহাবিদ্যালয়ত সৰ্প সজাগতা সভা

উত্তৰ লখিমপুৰ, ১৯ অক্টোবৰঃ "বিহংগবন্ধু"ৰ উদ্যোগত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ Science Forum ৰ সহযোগত ১৭ অক্টোবৰৰ দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ কনফাৰেন্স হ'লত এখন সৰ্প, সৰ্প দংশন আৰু সজাগতা সভা অনুস্থিত হৈ যায়৷ সভাখন অনুস্থিত হয় ৷…

তিনিচুকীয়াত আৰোহন আচঁনিৰ অন্তৰ্গত নিৰ্বাচিত মেণ্টীসকলৰ সৈতে প্ৰশাসনৰ অভিৰোচন অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আজি আৰোহন আচঁনিৰ অন্তৰ্গত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত ’মেণ্টী' সকলৰ সৈতে এক অভিৰোচন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ তিনিচুকীয়াৰ বাইপাছস্থিত…

তেজপুৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫অক্টোবৰঃ ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷উন্নয়নৰ নামত ফুটা কলহ পূৰ নোহোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্টুন চৰিত্ৰৰ লগতে…

কৃত্ৰিম বানত জুৰুলা তিনিচুকীয়া : ক’ত গ’ল আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : এজাক বৰষুণতে একাঁঠু পানীত ডুব যোৱা তিনিচুকীয়া চহৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ আঞ্চলিক…

লখিমপুৰত জল জীৱনৰ নিৰ্মীয়মান আঁচনিৰ পৰা পৰি মৰিগাঁৱৰ যুৱকৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ টকৌগুৰিত যোৱানিশা এক কৰুণ ঘটনা সংঘটিত হয়৷ গাঁওখনত নিৰ্মীয়মান জলজীৱন আঁচনিৰ পানী টেংকীৰ পৰা পৰি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ বছৰগুৰিত৷ ঘটনাৰ বিৱৰণী…

অসমীয়া ভাষাটো পৰি মৰা ভাষা নহয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৯ছেপ্টেম্বৰঃ “সাংবাদিকতা এতিয়া সেৱা নহয়,ছপা মাধ্যমেই হওঁক বা বৈদ্যুতিন মাধ্যমেই হওঁক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজ্যৰ এই সংবাদমাধ্যম সমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত…