গুৱাহাটীবাসীক ঘৰৰ পৰা নোলাবলৈ আহ্বান। ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰুৰী বাৰ্তা…
জৰুৰী কাম নাথাকিলে পৰাপক্ষত ঘৰৰ পৰা নোলাবলৈ আহ্বান। জলবন্দী লোকক হেল্প লাইনত যোগাযোগ কৰিবলৈ আহ্বান।
জিলা প্ৰশাসনৰ যোগাযোগৰ বাবে ১০৭৭/৮৬৩৮১১২২৯৭ নম্বৰৰ দুটাকৈ হেল্প লাইন নম্বৰ।.