তেজপুৰৰ চেলেঞ্জ কাপ ফুটবল

দ্বিতীয় প্ৰি কোৱাৰ্টাৰ ফাইনেলত চাডেন ডেথ পদ্ধতিৰে কাৰ্বি আংলং ডিফু মৰ্ণিং ষ্টাৰৰ বিজয়

0 28

শতাব্দ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা বহু প্ৰত্যাশিত “ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয় প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখনত অবৰ্তীণ হয় তেজপুৰ এফ চি আৰু ডিফুৰ মৰ্ণিং ষ্টাৰ। উল্লেখ্য যে তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ ৯০ মিনিটলৈ ১ – ১ গ’লত অমীমাংসিত হোৱাৰ পিছত ৰেফাৰীয়ে ট্ৰাইবেকাৰ পদ্ধতিৰ সহায় লোৱাৰ পিছতো ৫ – ৫ গলত পুনৰ অমীমাংসিত হৈ ৰোৱাত চাডেন ডেথ পদ্ধতিৰ সহায় লোৱাত ১ – ০ গ’লত জয়লাভ কৰে ডিফুৰ মৰ্ণিং ষ্টাৰ দলে।

মন্তব্য দিয়ক

Your email address will not be published.