২২ এপ্ৰিলত দুৰ্গাময়ী বৰাৰ “মোৰ গান মোৰ প্ৰাণ” শীৰ্ষক গ্ৰন্থ উন্মোচন

0 61

বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞা, ইদ্ৰিছ আলিৰ লগতে শিল্পকলা ক্ষেত্ৰৰ বহুজন দিগ্বজৰ উপস্থিতিত কাইলৈ তেজপুৰৰ বাণ থিয়েটাৰত উন্মোচন হ’ব বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰাৰ “মোৰ গান মোৰ প্ৰাণ” শীৰ্ষক গ্ৰন্থ।

মন্তব্য দিয়ক

Your email address will not be published.