ধেমাজিত সাহিত্য সভাৰ আজীৱন সভ্যৰ সন্মিলনৰ প্ৰস্তুতি

0 38
শতাব্দ প্ৰতিনিধি, ধেমাজি, ৭ মে : ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত “অসম সাহিত্য সভাৰ আজীৱন সভ্য” সকলৰ এখনি সন্মিলন ৪ আৰু ৫ জুনত ধেমাজি নগৰত অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । গতিকে ধেমাজি জিলা সাহিত্য সভাৰ অন্তৰ্গত “অসম সাহিত্য সভাৰ আজীৱন সভ্য” সকলে তেওঁলোকৰ আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ তলৰ বৈদ্যুতিন ঠিকনাত পঠিয়াই যোগাযোগ কৰিবলৈ ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি সম্পাদকে এক বিবৃতিৰে জনাইছে । যোগাযোগৰ ঠিকনা
Whatsapp No-8720934912 /9435088746
মন্তব্য দিয়ক

Your email address will not be published.