নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি ডাঃ অমৰেন্দ্ৰ গগৈক সম্বৰ্ধনা অসম By শতাব্দ On May 8, 2022 0 27 শ্বেয়াৰ কৰক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি হিচাপে বিহু বিষয়ক লেখক তথা গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈক আজি সন্ধিয়া সাদৰ সম্বৰ্ধনা জনোৱা হয়। ক্লাবৰ সদস্যসকলে ডাঃ গগৈৰ সৈতে অন্তৰংগতাৰে আলাপ কৰে। 0 27 শ্বেয়াৰ কৰক FacebookTwitterGoogle+ReddItWhatsAppPinterestইমেইল