বদুলা সত্ৰৰ ভকতে চাৰিশ বছৰীয়া উৰালত বিহুৰ পিঠাগুৰি খুন্দাত ব্যস্ত

0 0

নাৰায়ণপুৰৰ বদুলা সত্ৰতো ভকতসকলে বিহুৰ পিঠা জলপান প্ৰস্তুত কৰাত লাগিছে ৷ চাৰিশ বছৰীয়া উৰালত প্ৰতিটো বিহুত পিঠাগুৰি খুন্দি ভকতসকলে পিঠা-জলপান প্ৰস্তুত কৰি আহিছে ৷ সত্ৰখনত পৰম্পৰা অক্ষুণ্ণ ৰাখি বিহু পালন কৰি অহাৰ লগতে বিহুৰ দিনা নাম-কীৰ্তন, গীত-মাতৰ মাজেৰে বিহু উদ্‌যাপন কৰি আহিছে ৷

ফটো-সংবাদঃ সৰোজ কুমাৰ নেওগ

মন্তব্য দিয়ক

Your email address will not be published.