বিজয়নগৰ-এখন ভূস্বৰ্গ

0 36
ভীৰ সেউজ অৰণ্য, এলপাইন অৰণ্যবেষ্টিত সুউচ্চ পৰ্বতমালা আৰু অসংখ্য খৰস্ৰোতা নদী, জান-জুৰিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে বিজয়নগৰক প্ৰকৃততে এখন ভূস্বৰ্গ বুলিয়েই অভিহিত কৰিব পাৰি।  পথ যোগাযোগৰ অভাৱত অঞ্চলটোলৈ মানুহৰ আহ-যাহৰ পৰিমাণ কম হোৱাত অঞ্চলটোৰ প্ৰাকৃতিক বাতাবৰণ এতিয়া অক্ষত আৰু নিৰ্মল হৈ আছে।
মন্তব্য দিয়ক

Your email address will not be published.