লখিমপুৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা-ৰক্তদান শিবিৰ

0 51

২১ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰা আদৰ্শ চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ’ব। স্বাস্থ্য বিভাগে টিম হিউমেনেটি লখিমপুৰৰ সহযোগত এটি ৰক্তদান শিবিৰৰো আয়োজন কৰিছে। ইচ্ছুক ৰক্তদাতাই ৰক্তদান কৰিব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.