বিয়াৰ অভ্যৰ্থনাত বিষক্ৰিয়া । অসুস্থ শতাধিক

0 10

কামৰূপৰ বামুন্দীত এখন বিয়াৰ অভ্যৰ্থনাত খাদ্যত বিষক্ৰিয়া ঘটিল । এতিয়ালৈকে অসুস্থ শতাধিক, অসুস্থসকলক প্ৰাথমিক চিকিৎসাৰ বাবে শুৱালকুছি গ্ৰাম্য চিকিৎসালয় ভৰ্ত্তি কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.