যুৱ কংগ্ৰেছী নেতাৰ আলফা(স্বাধীন)ত যোগদান

0 33

তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি জনাৰ্দন গগৈয়ে(৪৪) সংযুক্ত মুক্তি বাহিনী (স্বাধীন)ত যোগদান কৰিছে বুলি ঘোষণা কৰিছে। শদিয়াৰ উদয়নগৰৰ বাসিন্দা গগৈয়ে কালি ফেচবুকৰ যোগেদি তেওঁৰ পত্নীক এই কথা জনাইছে। উল্লেখযোগ্য যে, আজি দুদিনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন সভাপতি ৰিপুন বৰাই দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.