লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ

0 49

উত্তৰ লখিমপুৰত আয়োজিত ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ লখিমপুৰ জিলাস্তৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা, বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই।

মন্তব্য দিয়ক

Your email address will not be published.