লখিমপুৰৰ মাঘনোৱাত মূৰ্তি উদ্ধাৰ

0 33

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মাঘনোৱা দ’লৰ সমীপৰ এখন পথাৰত অলপতে কমল বৰা নামৰ এজন লোকে গৰু এৰাল দিবলৈ যাওতে পথাৰৰ বোকাত আধা পোত খাই থকা অৱস্থাত এই মূৰ্তিেটা উদ্ধাৰ কৰি আনি নিজ গৃহৰ গোসাই ঘৰত ৰাখে। এই খবৰ লাভ কৰি প্ৰত্নতত্ব বিভাগৰ লোক ইতিমধ্যে লোকজনৰ গৃহত উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে। মূৰ্তিটো দেখাত বৈষ্ণৱ পণ্ডিত যেন অনুমান হয় যদিও বিভাগীয় পৰীক্ষাৰ অন্ততহে নিশ্চিত হব পৰা যাব।

মন্তব্য দিয়ক

Your email address will not be published.