লণ্ডনৰ পৰা কলিকতালৈ চলিছিল বাছ

0 85

ইংলেণ্ডৰ লণ্ডনৰ পৰা ভাৰতৰ কলকাতালৈ চলাচল কৰা বাছ সেৱাক বিশ্বৰ আটাইতকৈ দীঘলীয়া বাছ যাত্ৰা বুলি গণ্য কৰা হৈছিল। ১৯৫৭ চনৰ পৰা আৰম্ভ হোৱা এই বাছ সেৱাই বেলজিয়াম, যুগোশ্লাভিয়া আৰু উত্তৰ পশ্চিম ভাৰত হৈ ভাৰতলৈ অহা-যোৱা কৰিছিল।এই পথটোক “হিপ্পী ৰুট” বুলিও কোৱা হয়। তথ্য অনুসৰি লণ্ডনৰ পৰা বাছখন কলিকতা পাবলৈ প্ৰায় ৫০ দিন সময় লাগিছিল।

(শতাব্দ সংগ্ৰহ)

মন্তব্য দিয়ক

Your email address will not be published.